• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ল’কডাউনৰ শিথিলতা : মহানগৰীত পেটৰ ভাতমুঠিৰ বাবে কামলৈ ওলাই আহি কৰুণ মৃত্যুক সাবটিলে দুই শ্ৰমিকে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 5, 2020 8:06 pm
7d69b7de-f517-4e46-b859-3aa96295ce54
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালিৰে পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ ল’কডাউন আৰু এই ল’কডাউনৰ সময়ছোৱাত কিছু পৰিমাণৰ শিথিলতা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।

ল’কডাউন শিথিল হোৱাৰ বাবে বহু শ্ৰমিকে স্বস্তিৰ নিশ্বাস পেলাইছে আৰু পেটৰ ভাতমুঠিৰ মোকলোৱাৰ উদ্দেশ্যৰে সকলো দিন হাজিৰা কৰা লোক কালিৰে পৰা উভটি গৈছে কৰ্মক্ষেত্ৰলৈ।

Apply Now

তেনে সময়তে মহানগৰীৰ নুনমাটিত সংঘটিত হৈছে এক অঘটন।

নুনমাটিৰ মঠঘৰীয়াৰ ভূপেন্দ্ৰ নগৰত ৩০ ফুট দ কুঁৱাত পৰি মৃত্যুক সাবটি লৈছে দুই শ্ৰমিকে। নিৰ্মীয়মান কুঁৱাটোৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠাৰ সময়তে দুয়োজন লোক কুঁৱাত পৰি মৃত্যুক সাৱটি লয়।

মৃত শ্ৰমিক দুজন ক্ৰমে মঠঘৰীয়াৰ জোনাকী নগৰৰ  নিবাসী বংকিম হাজং ( ৩৫) আৰু মৃগেন ৰয় (৩৬) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে মঠঘৰীয়াৰ ভূপেন্দ্ৰ নগৰস্থিত মনেশ্বৰ ডেকা নামৰ এজন লোকৰ ঘৰৰ চৌহদত থকা কুঁৱা নিৰ্মাণৰ বাবে নিয়োগ কৰিছিল শ্ৰমিক দুজনক।

ঘটনা বিৱৰণী অনুসৰি  প্ৰথমে বংকিম হাজং নামৰ শ্ৰমিক জনে কাম কৰিবলৈ ৩০ ফুট দ কুৱাটোত নামি যায়। মেৰামতি কৰি থকা অৱস্থাত শ্ৰমিক জনে উশাহ নিশা নাপাই চিঞৰ বাখৰ লগায়। কুৱাৰ ওপৰত থকা আনজন শ্ৰমিক মৃগেন ৰয়ে লগে লগে বংকিম হাজংক উদ্ধাৰ কৰিবলৈ কুৱাটোত নামি যায়। উদ্ধাৰ কৰিবলৈ যোৱা শ্ৰমিক জনে বংকিম হাজংক উদ্ধাৰ কৰি অনাৰ সময়তে দুয়ো পানীৰ তলত সোমাই পৰে।

এই বিষয়ে জানিব পাৰি স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত নুনমাটি থানাত খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষীয়ে SDRF বাহিনীৰ এটা দল লগত লৈ ঘাটনাস্থলীত উপষ্টিত হৈ  কুঁৱাৰ ভিতৰৰ পৰা দুয়োটা মৃতদেহ উদ্ধাৰ কৰে।

মৃতদেহ দুটা আৰক্ষীয়ে মাৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে, আজিৰ দিনটোতে দুজন শ্ৰমিকৰ মৃত্যুত শ্ৰমিক দুজনৰ পৰিয়ালৰ লগতে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd