• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জীয়াঢলত দুজন যুৱকৰ পানীত ডুবি মৃত্যু; এজনৰ মৃতদেহ উদ্ধাৰ

NE NOW NEWS এন ই নাও নিউজ
ধেমাজি , August 24, 2020 7:44 am

1 min read

Story-3-1-1140x570

প্রতিনিধিত্বমূলক ফটো{

300
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ জীয়াঢল নৈত শনিবাৰে পানীত ডুবি নিখোজ হোৱা দুজন যুৱকৰ এজনৰ মৃতদেহ দেওবাৰে বৰ্মনগাঁৱৰ ওচৰত নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে।

মৃতদেহ উদ্ধাৰ হোৱা যুৱকজনক অৰিন্দম বৰুৱা(২৫) বুলি চিনাক্ত কৰা হৈছে।

সূত্ৰসমূহৰ মতে, ধেমাজি চহৰৰ পাঁচজন যুৱকে শনিবাৰে অৰুণাচল প্ৰদেশৰ জীয়াঢলমুখলৈ গৈছিল আৰি তাতে অৰিন্দম আৰু তেওঁৰ বন্ধু ভূপেন্দ্ৰ নৰহ(২৪) পানীত ডুবি নিখোজ হৈ পৰে।

জানিব পৰা মতে, যুৱক দুজনে জীয়াঢল নৈৰ উজনি অংশত সাঁতুৰি আছিল আৰু তেওঁলোক ক্ৰমে নদীখনৰ গভীৰ অংশলৈ সোমাই যোৱাৰ লগে লগেই নৈখনৰ প্ৰবল সোঁতে দুয়োজনকে উটুৱাই লৈ যায়।

এনডিআৰএফৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ নদীখনত উদ্ধাৰ অভিযান চলায় যদিও তেওঁলোকৰ প্ৰচেষ্টা ব্যৰ্থ হয়।

ধেমাজিৰ ৰতনপুৰৰ স্থায়ী বাসিন্দা অৰিন্দমে বি টেক ডিগ্ৰী সমাপ্ত কৰাৰ পাছত দিল্লীত চাকৰি কৰি আছিল।

আনহাতে, ভূপেন্দ্ৰ নৰহে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ফাইনেল ছেমিষ্টাৰত অধ্যয়ন কৰি আছিল।

Recent News

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd