DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিবাহ বিচ্ছেদৰ নিষ্পত্তিত প্ৰাক্তন পত্নীক ৭৩০ নিযুত ডলাৰ পৰিশোধ কৰিব ডুবাইৰ শাসকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2021 7:18 am
Dubai Ruler
355
VIEWS
Share on FacebookShare on Twitter

ডুবাইৰ শাসক শ্বেখ মহম্মদ বিন ৰছিদ আল-মাকতুমক লণ্ডনৰ উচ্চ ন্যায়ালয়ে তেওঁৰ প্ৰাক্তন পত্নীৰ সৈতে তেওঁলোকৰ দুই সন্তানৰ ওপৰত জিম্মাৰ যুঁজ নিষ্পত্তি কৰিবলৈ ৫৫৪ নিযুত পাউণ্ড (৭৩৩ নিযুত ডলাৰ)তকৈ অধিক ধনৰাশি প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।

জৰ্ডানৰ ৰজা আব্দুল্লাৰ ভগ্নী ৰাজকুমাৰী হায়া বিনত আল-হুছেইন আৰু দম্পতীহালৰ দুই সন্তানক প্ৰদান কৰা বৃহৎ পুৰস্কাৰৰ বেছিভাগ হৈছে তেওঁলোকৰ জীৱনজোৰা নিৰাপত্তা নিশ্চিত কৰা, শ্বেইখৰ দ্বাৰা তেওঁলোকৰ বাবে সৃষ্টি হোৱা গুৰুতৰ বিপদাশংকা সমাধান কৰা নহয় বুলি মন্তব্য কৰে বিচাৰক ফিলিপ মুৰে।

বিচাৰকজনে কয়, “হায়াই নিৰাপত্তাৰ বাহিৰে আন কোনো পুৰস্কাৰ বিচৰা নাই। বৈবাহিক ভাঙোনৰ ফলত তেওঁ হেৰুওৱা সম্পত্তিৰ বাবে তেওঁক ক্ষতিপূৰণ দিবলৈ কোৱা নাই।”

বিচাৰক মুৰে মহম্মদক তেওঁৰ ব্ৰিটিছ গৃহসমূহৰ ৰক্ষণাবেক্ষণৰ বাবে হায়াক তিনি মাহৰ ভিতৰত ২৫১.৫ নিযুত পাউণ্ড পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে।

সংযুক্ত আৰৱ এমিৰেটৰ উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী শ্বেখক ১৪ বছৰীয়া জলীলা আৰু ৯ বছৰীয়া জায়েদৰ শিক্ষাৰ বাবে ৩ মিলিয়ন পাউণ্ড আৰু ৯.৬ নিযুত পাউণ্ড বকেয়া প্ৰদান কৰিবলৈও কোৱা হৈছে। তেওঁক শিশুৰ তত্বাৱধানৰ বাবে আৰু প্ৰাপ্তবয়স্ক হ’লে তেওঁলোকৰ সুৰক্ষাৰ বাবে বছৰি ১১.২ নিযুত পাউণ্ড পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হয়।

উল্লেখ্য যে বিবাহ বিচ্ছেদৰ পিছত এইদৰে প্ৰদান কৰিবলগীয়া ধনৰাশিৰ হিচাপত এই পৰিমাণেই সৰ্বাধিক। ইয়াৰ পূৰ্বে ২০১৬ চনত এজন ৰাছিয়ান বিলিয়নেয়াৰে প্ৰাক্তন পত্নী তাতিয়ানা আখমেদোভাক প্ৰায় ৪৫০ নিযুত ইউৰো প্ৰদান কৰিছিল।

Recent News

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd