• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমেৰিকাত বিদ্যালয় খোলাৰ পিছতেই ক’ৰ’ণাত আক্ৰান্ত লক্ষাধিক ছাত্ৰ-ছাত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 16, 2020 8:18 am
america112
413
VIEWS
Share on FacebookShare on Twitter

মহামাৰী ক’ৰ’ণাৰ মহাসংক্ৰমণৰ সময়ত বিশ্বৰ বিভিন্ন দেশত বন্ধ হৈ পৰিছে বিদ্যালয় সমূহ।

ভাৰততো আজিও বন্ধ আছে বিদ্যালয়। ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰথম স্থানত থকা দেশ আমেৰিকাত শেহতীয়াকৈ খুলি দিয়া হৈছে বিদ্যালয় সমূহ।

বিদ্যালয় খুলি দিয়াৰ প্ৰথম দুসপ্তাহৰ ভিতৰতে আমেৰিকাত ক’ৰ’ণাত আক্ৰান্ত হৈছে ১ লাখৰো অধিক কণ কণ ছাত্ৰ-ছাত্ৰী।

এই কথাই এতিয়া শংকিত কৰি তুলিছে অভিভাৱক সকলক। বহু অভিভাৱকে বিদ্যালয় খুলিবলৈ ট্ৰাম্পে গ্ৰহণ কৰা সিদ্ধান্তক অপৰিপক্ক সিদ্ধান্ত বুলি কবলৈ আৰম্ভ কৰিছে।

ট্ৰাম্পে কিছুদিন পূৰ্বে এইবুলি যুক্তি দিছিল যে আমেৰিকাৰ শিশু সকল ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰাকৈ যথেষ্ট সৱল। মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীৰ এনে মন্তব্যক লৈ সমালোচনাও হৈছিল।

শেহতীয়াকৈ আমেৰিকান একাডেমী অৱ পেডিয়াট্ৰিক্সে প্ৰকাশ কৰা প্ৰতিবেদনত কোৱা হৈছে যে জুলাই মাহত বিদ্যালয় খোলাৰ পিছতে এক লাখৰো অধিক কণ কণ ছাত্ৰ-ছাত্ৰী ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে।

ইয়াৰে ৯৭ হাজাৰ শিক্ষাৰ্থী কেৱল বিদ্যালয় খোলাৰ প্ৰথম দুটা সপ্তাহতে ক’ৰ’ণা ভাৰিাছত আক্ৰান্ত হৈছে।

এই গতি অব্যাহত থাকিলে ছেপ্তেম্বৰ মাহৰ ভিতৰত আৰু কেইবালাখ কণ কণ ছাত্ৰ-ছাত্ৰী ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পূৰ্ণ আশংকা থকা বুলি আমেৰিকান একাডেমী অৱ পেডিয়াট্ৰিক্সে প্ৰকাশ কৰা প্ৰতিবেদনত কোৱা হৈছে।

ভয়াৱহ কথাটো হ’ল বিদ্যালয় খোলাৰ পিছতে ২৫ গৰাকী কণ কণ ছাত্ৰ-ছাত্ৰীৰ ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

Tags: COVID-19

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd