• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home বাণিজ্য

চাহিদা বৃদ্ধি! গাঞ্জাৰ বজাৰত খোজ পেলাব উবেৰে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2021 6:28 am
Uber
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰিজুৱানাৰ বজাৰত প্ৰৱেশ কৰিব জনপ্ৰিয় মোবাইল এপ উবেৰে! কানাডাৰ অণ্টাৰিঅ’ত উবেৰ ইটছ ব্যৱহাৰকাৰীসকলে শীঘ্ৰেই এপ্পটোত গাঞ্জাৰ সামগ্ৰী অৰ্ডাৰ কৰিবলৈ সক্ষম হ’ব।

গ্ৰাহকসকলে গাঞ্জাৰ ৰিটেইলাৰ টকিঅ স্মোকৰ বাবে এপৰ এটা শাখাত অৰ্ডাৰ দিব পাৰিব আৰু তাৰ পিছত ওচৰৰ দোকানৰ পৰা গাঞ্জা সংগ্ৰহ কৰিব পাৰিব।

অৱশ্যে প্ৰতিষ্ঠানটোৱে কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত আগলৈ এই প্ৰস্তাৱ আগবঢ়াব নে নাই সেই বিষয়ে জনাবলৈ অস্বীকাৰ কৰিছিল।

Apply Now

উল্লেখ্য যে, কানাডাৰ মাৰিজুৱানা বজাৰৰ মূল্য বছৰি প্ৰায় চিএডি 5 বিলিয়ন ডলাৰ।

উবেৰ ইটছ ব্যৱহাৰকাৰীসকলে এপ্পটোত তেওঁলোকৰ বয়স প্ৰমাণিত কৰিব লাগিব আৰু তাৰ পিছত এঘণ্টাৰ ভিতৰত তেওঁলোকৰ অৰ্ডাৰ ল’বলৈ সক্ষম হ’ব বুলি কোম্পানীটোৱে জানিবলৈ দিছে।

কানাডিয়ান আইনৰ অধীনত যদিও ২০১৮ চনৰ পৰা মাৰিজুৱানা ব্যৱহাৰ আইনী হৈ আহিছে, তথাপিও ইয়াক প্ৰদান কৰাটো অবৈধ।

উবেৰে কিছু সময়ৰ পৰা বাঢ়ি অহা গাঞ্জাৰ বজাৰত দৃষ্টি ৰাখিছে।

এপ্ৰিলত মুখ্য কাৰ্যবাহী দাৰা খোচৰোশাহীয়ে কৈছিল যে কোম্পানীটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইনৰ অধীনত অনুমতি দিয়াৰ পিছত গাঞ্জা বিতৰণ কৰাৰ বিষয়ে বিবেচনা কৰিব।

তিনি বছৰ আগতে কানাডাত মনোৰঞ্জনমূলক ব্যৱহাৰৰ বাবে গাঞ্জা বিক্ৰী আইনী হোৱা স্বত্বেও অবৈধ উৎপাদকসকলে এতিয়াও বিক্ৰীৰ এক বৃহৎ অংশ নিয়ন্ত্ৰণ কৰে। সেয়েহে ইয়াৰ প্ৰতিকাৰৰ বাবে চৰকাৰে চেষ্টা কৰি আছে।

উবেৰে কয় যে টকিঅ’ স্মোকৰ সৈতে ইয়াৰ অংশীদাৰীত্বই দেশৰ প্ৰাপ্তবয়স্কসকলক সুৰক্ষিত, আইনী গাঞ্জা ক্ৰয় কৰাত সহায় কৰিব আৰু অবৈধ বিক্ৰেতাসকলক মোকাবিলা কৰিব।

কানাডাৰ গাঞ্জাৰ বজাৰ অনাগত বছৰবোৰত সম্প্ৰসাৰিত হৈ থাকিব বুলি অনুমান কৰা হৈছে আৰু উদ্যোগ গৱেষণা প্ৰতিষ্ঠান বিডিএছ এনালিটিক্সে আশা কৰিছে যে ২০২৬ চনৰ ভিতৰত বিক্ৰী ৬.৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি হ’ব।

“আমি বজাৰৰ নিয়ম আৰু সুযোগবোৰ গভীৰভাৱে চোৱা অব্যাহত ৰাখিম। স্থানীয় আৰু ফেডাৰেল আইন বিকশিত হোৱাৰ লগে লগে আমি আন অঞ্চলত কাম কৰা ব্যৱসায়ীসকলৰ সৈতে সুযোগ অন্বেষণ কৰিম।” উবেৰৰ এজন মুখপাত্ৰই কয়।

উল্লেখ্য যে, যোৱা বছৰ লকডাউনৰ পৰিপ্ৰেক্ষিতত দেশখনত গাঞ্জাৰ সামগ্ৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছিল। গাঞ্জাৰ এই চাহিদা অক্ষুন্ন থকাৰ পিছতে গাঞ্জাৰ বজাৰখনত প্ৰৱেশৰ মন মেলিছে উবেৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd