• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মুম্বাইক গিলি পেলাব’, অমিত শ্বাহক ‘এনাকোণ্ডা’ৰ সৈতে তুলনা শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2025 2:30 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ভয়াৱহ এনাকোণ্ডা সাপৰ সৈতে তুলনা কৰে। তেওঁ অভিযোগ কৰে যে শ্বাহে এনাকোণ্ডা সাপৰ দৰে মুম্বাইক মেৰিয়াই ধৰি গিলি পেলাব বিচাৰিছে। স্বাভাৱিকতে থাকৰেৰ এই মন্তব্য পোহৰলৈ অহাৰ পাছতে বিতৰ্কৰ সৃষ্টি হৈছে।

উদ্ধৱ থাকেৰই সোমবাৰে শিৱসেনাৰ মুখপত্ৰ সমনাত প্ৰকাশিত দুটা প্ৰতিবেদন তুলি ধৰে। ইয়াৰে প্ৰথমটো আছিল বিজেপিয়ে কেনেকৈ বিদ্যুৎ গতিৰে মাটি দখল কৰি নতুন কাৰ্যালয় নিৰ্মাণ কৰিছে। আৰু দ্বিতীয়টো ৰিপৰ্ট আছিল মুম্বাইৰ জিজামাটা পাৰ্কত নতুনকৈ অনা এনাকোণ্ডাৰ বিষয়ে।

Apply Now

থাকৰেই এই দুটাক একত্ৰিত কৰি অমিত শ্বাহক এনাকোণ্ডা সাপৰ লগত তুলনা কৰে। তেওঁ কয়, “এনাকোণ্ডাই নিজৰ বাটত অহা সকলো বস্তু যিদৰে গিলি পেলায়, তেওঁলোকে মুম্বাইকো একেদৰেই গিলিব বিচাৰে।”

কেৱল সেয়াই নহয়, তেওঁ এই বিজেপি নেতাসকলক আফগান আক্ৰমণকাৰী আহমেদ শ্বাহ আব্দালীৰ সৈতে তুলনা কৰে। তেওঁ কয়, “আচল আব্দালী আকৌ ঘূৰি আহিছে। এইবাৰ দিল্লী আৰু গুজৰাটৰ পৰা। যদি তেওঁলোকে আমাৰ চহৰবোৰ দখল কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁলোকৰ কবৰ আমাৰ মাটিত নিৰ্মাণ হ’ব।”

তাতেই ক্ষান্ত নহয়, উদ্ধৱে পুনৰ বিজেপিৰ বিৰুদ্ধে ভোট ৰিগিঙৰ অভিযোগ উত্থাপন কৰে। তেওঁ কটাক্ষ কৰি কয় যে গণতন্ত্ৰত ভোটাৰে চৰকাৰ নিৰ্বাচন কৰে, কিন্তু আজি চৰকাৰে ভোটাৰক নিৰ্বাচন কৰি আছে।

এই বিষয়ত সৰৱ থাকৰেই কয়, “ভুৱা ভোটাৰৰ অপব্যৱহাৰৰ বাবে নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব লাগে”। আয়োগক সকীয়াই দি থাকৰেই কয় যে “লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত আমি কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পিছত নিৰ্বাচন আয়ুক্তসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিম আৰু তেওঁলোকক কাঠগড়াত তুলিম।“

বিজেপিৰ আত্মনিৰ্ভৰ ভাৰতৰ শ্লোগানক নকল বুলি অভিহিত কৰি মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী থাকৰেই কয়, “বিজেপিয়ে আত্মনিৰ্ভৰ ভাৰতৰ আহ্বান জনাইছিল, কিন্তু তেওঁলোকে এতিয়াও আত্মনিৰ্ভৰশীল বিজেপি হ’ব পৰা নাই। কাৰণ তেওঁলোকে দল ভাঙে আৰু ভোট চুৰি কৰে। বিজেপি স্বঘোষিত দেশপ্ৰেমিকৰ এটা ভুৱা ৰাজনৈতিক দল।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am
যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

October 11, 2026 10:21 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 11, 2026 9:46 am
পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

October 11, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am
যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

October 11, 2026 10:21 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd