• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেশৰ ২১ খন বিশ্ববিদ্যালয়ক ভুৱা ঘোষণা বিশ্ববিদ্যালয় অনুদান আয়োগৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 27, 2022 11:44 am
UGC fake university in India
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ উচ্চ শিক্ষাখণ্ডত এতিয়া উজান উঠিছে ভুৱা শিক্ষা প্ৰতিষ্ঠানৰ। শুকুৰবাৰে বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC) দেশৰ এনে ২১ খন বিশ্ববিদ্যালয়ক ভুৱা ঘোষণা কৰিছে।

ইউজিচিৰ সচিব ৰজনীশ জৈনৰ ভাষ্য মতে ইউজিচি আইন উলংঘা কৰি কাম কৰি থকা কমেও ২১ খন স্বঘোষিত আৰু অস্বীকৃত প্ৰতিষ্ঠানক ভুৱা বিশ্ববিদ্যালয় হিচাপে ঘোষণা কৰা হৈছে।

Apply Now

এই প্ৰতিষ্ঠান সমূহক কোনো ডিগ্ৰী প্ৰদান কৰাৰ নীতিগত ক্ষমতা দিয়া হোৱা নাই বুলি বিশ্ববিদ্যালয় অনুদান আয়োগৰ সচিবগৰাকীয়ে লগতে উল্লেখ কৰিছে।

ইউজিচিয়ে দিল্লী, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, উত্তৰ প্ৰদেশ, উৰিষ্যা, পুডুচেৰী আৰু অন্ধ্ৰ প্ৰদেশত চলি থকা মুঠ ২১ খন ভুৱা বিশ্ববিদ্যালয়ৰ এখন তালিকা প্ৰকাশ কৰিছে।

শুকুৰবাৰে প্ৰকাশ কৰা এক বিবৃতিত ইউজিচিয়ে কয়, “শিক্ষাৰ্থী আৰু জনসাধাৰণক ইয়াৰ দ্বাৰা জনোৱা হৈছে যে বৰ্তমান ইউজিচি আইন উলংঘা কৰি কাম কৰি থকা ২১ টা স্বঘোষিত, অস্বীকৃত প্ৰতিষ্ঠানক ভুৱা বিশ্ববিদ্যালয় হিচাপে ঘোষণা কৰা হৈছে আৰু এইবোৰক কোনো ডিগ্ৰী প্ৰদান কৰাৰ ক্ষমতা দিয়া হোৱা নাই।”

বিশ্ববিদ্যালয় অনুদান আয়োগে প্ৰকাশ কৰা তালিকাত থকা সৰ্বাধিক সংখ্যক ভুৱা বিশ্ববিদ্যালয় হৈছে দিল্লীৰ। দিল্লীত মুঠ ৮ খন ভুৱা বিশ্ববিদ্যালয় চিনাক্ত কৰিছে ইউজিচি- এ। আনহাতে ছয়খন ভুৱা বিশ্ববিদ্যালয়েৰে দ্বিতীয় স্থানত আছে উত্তৰ প্ৰদেশ।

দিল্লীত থকা আঠখন ভুৱা বিশ্ববিদ্যালয় হৈছে ক্ৰমে- অল ইণ্ডিয়া ইনষ্টিটিউট অৱ পাব্লিক এণ্ড ফিজিকেল হেল্থ চাইন্সেছ; কমাৰ্চিয়েল ইউনিভাৰ্চিটি লিমিটেড, দৰিয়াগঞ্জ; ইউনাইটেড নেচনচ্ ইউনাভাৰ্ছিটি; ভকেচনেল ইউনিভাৰ্ছিটি; এডিআৰ-চেণ্ট্ৰিক জুৰিডিকেল ইউনিভাৰ্ছিটি; ভাৰতীয় বিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান; বিশ্বকৰ্মা অ’পেন ইউনিভাৰ্ছিটি ফৰ চেল্ফ এমপ্লইমেণ্ট এণ্ড আধ্যাত্মিক বিশ্ববিদ্যালয়।

ইউজিচিৰ মতে উত্তৰ প্ৰদেশত এনে সাতখন বিশ্ববিদ্যালয় আছে। এইকেইখন ক্ৰমে- গান্ধী হিন্দী বিদ্যাপীঠ, নেচ’নেল ইউনিভাৰ্ছিটি অৱ ইলেক্ট্ৰ’ কমপ্লেক্স হোমিঅ’পেথি, নেতাজী সুভাষ চন্দ্ৰ বসু বিশ্ববিদ্যালয় (মুক্ত বিশ্ববিদ্যালয়), ভাৰতীয় শিক্ষা পৰিষদ।

একেদৰে কৰ্ণাটক, মহাৰাষ্ট্ৰ, পুডুচেৰী, অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা, পশ্চিম বংগ আৰু কেৰালাত থকা এনে ভুৱা বিশ্ববিদ্যালয়ৰ নামো বিশ্ববিদ্যালয় অনুদান আয়োগৰ তালিকাখনত উল্লেখ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

August 4, 2026 7:13 pm
উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

August 4, 2026 6:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd