• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰণক্ষেত্ৰত পৰিণত মীৰপুৰ টেষ্ট! বাংলাদেশী বেটাৰৰ হেলমেট লক্ষ্য কৰি ঘুচি দক্ষিণ আফ্ৰিকাৰ স্পীনাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2025 6:19 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিকেট খেলপথাৰত স্লেজিং কৰাটো নতুন কথা নহয়। বেটছমেনে ছয় মাৰি বলাৰক কিবা এটা কয়, আকৌ বলাৰে আউট কৰি বেটছমেনক কটাক্ষ কৰি এটা মন্তব্য কৰে—এনে দৃশ্য বাইশ গজত প্ৰায়ে দেখা যায়।

কিন্তু সেইবুলি দুয়োপক্ষই খঙৰ ভমকত ইজনে সিজনলৈ খেদা মাৰি যোৱা, ইজনে সিজনৰ মূৰত আঘাত কৰিবলৈ চেষ্টা কৰা ঘটনা বিৰল। বুধবাৰে এন ঘটনাৰ সাক্ষী হ’ল মীৰপুৰ। বাংলাদেশ বনাম দক্ষিণ আফ্ৰিকাৰ খেল। চাৰিদিনীয়া মেচ চলি আছিল।

Apply Now

দ্বিতীয় দিনা দক্ষিণ আফ্ৰিকাৰ অফ স্পিনাৰ শ্বেপো এন্টুলি আৰু বাংলাদেশৰ বেটছমেন ৰিপন মণ্ডলৰ মাজত হতাহতি হয়। পৰিস্থিতি ইমানেই নিয়ন্ত্ৰণৰ বাহিৰলৈ আহিল যে আম্পায়াৰে হস্তক্ষেপ কৰিবলগীয়া হ’ল। দুয়োটা দলৰ খেলুৱৈও আগবাঢ়ি আহি দুয়োজনক আঁতৰাই নিলে। কিন্তু বাক্-বিতণ্ডা চলি থাকিল।

এন্টুলিৰ এটা অভাৰত আৰম্ভ হৈছিল ঘটনাটো। যেতিয়া ৰিপনে তেওঁৰ এটা বল মাৰি খেলপথাৰৰ বাহিৰলৈ পঠিয়াই দিলে। ছয় মাৰত বিচলিত হৈ পৰে বলাৰগৰাকী। প্ৰথমতে চাই ৰয়। তাৰ পাছত তেওঁ কিবা এটা ক’বলৈ আগবাঢ়ি গ’ল। কেৱল সেয়াই নহয়, তৰ্কটো তীব্ৰ হৈ কাজিয়ালৈ পৰিণত হ’ল।

এন্টুলিয়ে ৰিপনৰ হেলমেটত ঘুচা মাৰিলে। ৰিপনেও হেলমেটটো খুলি মাৰিবলৈ আগুৱাই গ’ল। সেই মুহূৰ্তত দুয়োটা দলৰ ক্ৰিকেটাৰ, আম্পায়াৰ কামৰুজ্জামান – সকলোৱে একেলগে আগবাঢ়ি আহিল। ক্ৰিকেটাৰ দুজনক নিয়ন্ত্ৰণ কৰিলে।

এই পৰিস্থিতিত আচৰিত হৈ ধাৰাভাষ্যকাৰ নবিল কাইজাৰে কয়, ‘এয়া সঁচাকৈয়ে সীমা চেৰাই যোৱা। ই গ্ৰহণযোগ্য নহয়। সাধাৰণতে আমি খেলপথাৰত ক্ৰিকেটাৰৰ তৰ্ক-বিতৰ্ক কৰা দেখিবলৈ পাওঁ। কিন্তু এনে কাজিয়া – কেতিয়াও নহয়। এটা সময়ত এন্টুলিয়ে ৰিপনৰ হেলমেটতো আঘাত কৰে!’

কাজিয়াখন সাময়িকভাৱে মীমাংসা হ’ল যদিও পৰিস্থিতি স্বাভাৱিক নহ’ল। পিছত এটা অভাৰত এন্টুলিয়ে আক্ৰমণাত্মক মুডত ৰিপনলৈ বলটো দলিয়াই দিয়ে। ফিল্ডিঙৰ সময়তো উত্তপ্ত শব্দবান চলি থাকিল।

Things got out of control between Tshepo Ntuli and Ripon Mondol during the SA Emerging vs Bangladesh Emerging match today and the umpires were forced to intervene pic.twitter.com/EhYC6KVj4u

— Werner (@Werries_) May 28, 2025

উল্লেখ্য যে বাংলাদেশ আৰু দক্ষিণ আফ্ৰিকাৰ এই বিবাদ নতুন কথা নহয়। বাংলাদেশৰ জিশান আলম আৰু আন্দিল ছিমেলানে ৰাজশাহী মেচতো একেধৰণে বিবাদত লিপ্ত হয়। যাৰ বাবে দুয়োজনকে বহিস্কাৰ কৰা হয়। মীৰপুৰ কাণ্ডৰ প্ৰতিবেদন সদ্যহতে মেচ ৰেফাৰীৰ ওচৰত দাখিল কৰিছে আম্পায়াৰসকলে। প্ৰতিবেদন চাই এই বিষয়ত সিদ্ধান্ত লোৱা হ’ব বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd