DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘বালি’ত কুৱাত পৰিল বগা চাহাব; ছয় দিনৰ পাছত গাঁৱবাসীয়ে কৰিলে উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 9, 2020 10:20 am
201911240209466259_Man-chased-by-ghost-in-dreams-falls-into-well_SECVPF-620x375

প্ৰতিনিধিত্বমূলক ফটো

5.9k
VIEWS
Share on FacebookShare on Twitter

ইণ্ডোনেছিয়াৰ নদীদ্বীপ ‘বালি’ত কুৱাত পৰা এজন ব্ৰিটেইনৰ নাগৰিকক ছয়দিন পাছত কুৱাটোৰ পৰা উদ্ধাৰ কৰা হয়।

বাতৰি অনুসৰি, ২৯ বছৰীয়া জেকব ৰবাৰ্টছ নামৰ ব্যক্তিজনৰ পেকাটু নামৰ গাঁৱখনত এটা কুকুৰে খেদাৰ পাছত কুৱাৰ চাৰি মিটাৰ তলত পৰি ভৰি এখন ভাগে।

কুৱাটো শুকান আছিল যদিও তেওঁৰ ভগা ভৰিৰে ওপৰলৈ উঠি আহিবলৈ সক্ষম হোৱা নাছিল।

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, কুৱাটোত সামান্য পানী আছিল আৰু সিয়েই তেওঁক জীয়াই থকাত সহায় কৰিছে।

অৱশেষত সহায়ৰ বাবে চিঞৰি থকা ৰবাৰ্টছৰ মাত এগৰাকী স্থানীয় বাসিন্দাই শুনিবলৈ পায়।

গাঁৱখনৰ এটা নিৰ্জন অংশত অৱস্থিত তালৈ গাঁৱখনৰ উক্ত ব্যক্তিগৰাকী গৰুৰ ঘাঁহ কাটিবলৈ গৈছিল।

তেওঁ লগে লগে গাঁৱৰ কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰে।

তিনিগৰাকী লোকে সুৰক্ষামূলক চ্যুট পৰিধান কৰি ব্যক্তিগৰাকীক কুৱাটোৰ পৰা উদ্ধাৰ কৰি বাহিৰলৈ আনে।

ৰবাৰ্টছ বালিৰ এগৰাকী বাসিন্দা নে তেওঁ তালৈ ফুৰিবলৈ আহিছিল সেয়া জানিব পৰা হোৱা নাই।

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে বালিতো কেইমাহ ধৰি লকডাউন চলি আছে যদিও কেইবাটাও স্থানত সাৱধানতা অৱলম্বন কৰি পুনৰ খুলিবলৈ আৰম্ভ কৰিছে।

Recent News

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd