• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Snake Island ইউক্ৰেইনৰ প্ৰতাপত তিষ্ঠিব নোৱাৰি স্নেক আইলেণ্ডৰ পৰা সৈন্য প্ৰত্যাহাৰ ৰাছিয়াৰ

by
June 30, 2022 5:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়ান সেনাই স্নেক আইলেণ্ডৰ গুৰুত্বপূৰ্ণ কৃষ্ণ সাগৰৰ আউটপোষ্ট খালী কৰিছে। ইউক্ৰেইনৰ বন্দৰ চহৰ ওডেছাৰ কাষৰ কৃষ্ণ সাগৰে যুদ্ধৰ আৰম্ভণিৰ পৰাই গুৰুত্ব লাভ কৰি আহিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ঘোষণা কৰে যে ইউক্ৰেইনৰ কৃষ্ণ সাগৰৰ বন্দৰসমূহৰ পৰা শস্য ৰপ্তানিৰ বাবে ঠাই প্ৰদান কৰিবলৈ কৌশলগতভাৱে পিছুৱাই আহিছে।

ৰাছিয়ান ফেডাৰেচনে ৰাষ্ট্ৰসংঘৰে সহমতত উপনীত হৈ মানৱীয় শস্য কৰিডৰৰ উদ্দেশ্যে ঝমেইনি দ্বীপৰ পৰা নিজৰ স্থিতি পৰিত্যাগ কৰাৰ সিদ্ধান্ত লৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।

আনহাতে ইউক্ৰেইনে ৰাছিয়া বাহিনীক দুখন স্পীড ব’টত উঠি ৰাতিটোৰ ভিতৰতে পলায়ন কৰিবলৈ বাধ্য কৰা বুলি দাবী কৰিছে। দ্বীপটো ইউক্ৰেইনে পুনৰ দখল কৰা বুলি দাবী কৰিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ কাৰ্যালয়ৰ মুৰব্বী এণ্ড্ৰি ইয়েৰমাকেও নিশ্চিত কৰে যে ৰাছিয়াই স্নেক আইলেণ্ডৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিছে। টুইটাৰত য়েৰমাকে লিখিছে, “KABOOM! স্নেক দ্বীপত এতিয়া আৰু কোনো ৰাছিয়ান সৈন্য নাই। আমাৰ সশস্ত্ৰ বাহিনীয়ে এটা ডাঙৰ সফলতা লাভ কৰিলে।”

স্নেক আইলেণ্ড হৈছে কৃষ্ণ সাগৰৰ এটা ক্ষুদ্ৰ অংশ কিন্তু কৌশলগতভাৱে পৰিপূৰ্ণ ইউক্ৰেইনৰ দ্বীপ। ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰ আৰম্ভণিৰ পৰ্যায়তে ৰাছিয়াই কৃষ্ণ সাগৰ দখল কৰিছিল।

স্নেক আইলেণ্ডে ২৪ ফেব্ৰুৱাৰীতে আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিছিল। ৰাছিয়াৰ যুদ্ধজাহাজ এখনে আত্মসমৰ্পণ কৰিবলৈ দিয়া আলটিমেটামক নাকচ কৰি ইউক্ৰেনিয়ান সৈন্যসকলে দেৱালৰ দৰে থিয় হৈ যুঁজ দিছিল।

ইউক্ৰেইন আৰু পশ্চিমীয়া দেশসমূহে ৰাছিয়াই শস্যৰ ৰপ্তানি ৰোধ কৰিবলৈ ইউক্ৰেইনৰ বন্দৰসমূহ অৱৰোধ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। ৰাছিয়াই এই বন্দৰসমূহ দখল কৰাৰ ফলত খাদ্য সংকটৰ সৃষ্টি হোৱাৰ লগতে বিশ্বজুৰি নাটনি, ক্ষুধা আৰু ৰাজনৈতিক অস্থিৰতা বৃদ্ধি হোৱাৰ অভিযোগো কৰি আহিছে ইউক্ৰইনে।

ইউক্ৰেইন ৰাছিয়া যুদ্ধই বিশ্বজুৰি খাদ্য সংকটৰ সৃষ্টি কৰিছে, শস্য, ৰন্ধন তেল, ইন্ধন আৰু সাৰৰ দাম আকাশলংঘী হৈছে। বিশ্বত ঘেঁহু যোগান প্ৰায় এক তৃতীয়াংশ ৰাছিয়া আৰু ইউক্ৰেইনৰ পৰা হয়। আনহাতে ৰাছিয়া সাৰ এক্সপোৰ্টাৰ দেশ আৰু ইউক্ৰেইন কুঁহিয়াৰ আৰু সূৰ্য্যমুখী তেলৰ প্ৰধান ৰপ্তানিকাৰী দেশ।

ৰাষ্ট্ৰসংঘই অনুমান কৰিছে ৪১খন দেশৰ ১৮.১ কোটি লোকে খাদ্য সংকটৰ সন্মুখীন হ’ব পাৰে বা সম্পূৰ্ণ দুৰ্ভিক্ষৰ সন্মুখীন হ’ব পাৰে যদিহে যুদ্ধ শেষ নহয়।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd