• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাছিয়াই খেৰচনক মৃতকৰ চহৰত পৰিণত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ ইউক্ৰেইনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2022 10:51 am
115
VIEWS
Share on FacebookShare on Twitter

Russia wants to turn Kherson into a city of death ইউক্ৰেইনৰ এজন জ্যেষ্ঠ বিষয়াই ৰাছিয়াৰ সেনাসকলে খেৰচনত জাল পতাৰ থকাৰ অভিযোগ উত্থাপন কৰিছে। ইউক্ৰেইনৰ বিষয়াজনে ৰাছিয়াই খেৰচনক মৃতকৰ চহৰলৈ পৰিণত কৰিবলৈ চেষ্টা কৰাৰো অভিযোগ উত্থাপন কৰিছে।

বাতৰি অনুসৰি, ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ মুখ্য কাৰ্যালয়ৰ এজন উপদেষ্টা মিখাইলো পাডোলিয়াকে এটা টুইটযোগে কয় যে ৰাছিয়াৰ সেনাই বাসগৃহ, নলাকে ধৰি সকলো ঠাইতে মাইন পুতি ৰাখিছে। ইয়াৰ উপৰিও নিপ্ৰোহ নদীৰ সিপাৰে কামান টোৱাই ৰখা হৈছে। তেওঁলোকে খেৰচন চহৰ ধ্বংস কৰিব বিচাৰে। তেওঁ লগতে কয় যে ৰাছিয়াৰ সেনাই খেৰচনলৈ লুণ্ঠন, হত্যা আৰু স্ফূৰ্তি কৰিবলৈ আহিছিল।

লগতে পঢ়ক: ৰামদেৱৰ পতঞ্জলিৰ ৫টা ঔষধ বন্ধ কৰাৰ নিৰ্দেশ; কাৰণটো কি?

উল্লেখ্য যে মস্কোৱে সকলো ৰাছিয়াৰ সৈন্যক দক্ষিণ ইউক্ৰেইনৰ খেৰচন চহৰ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। ফেব্ৰুৱাৰীত ইউক্ৰেইনত ৰাছিয়াৰ অভিযান আৰম্ভ হোৱাৰ পিছত ৰাছিয়াই দখল কৰা একমাত্ৰ আঞ্চলিক ৰাজধানী আছিল খেৰচন।

RF wants to turn Kherson into a "city of death". Ru-military mines everything they can: apartments, sewers. Artillery on the left bank plans to turn the city into ruins. This is what "Russian world" looks like: came, robbed, celebrated, killed "witnesses", left ruins and left.

— Михайло Подоляк (@Podolyak_M) November 10, 2022

পশ্চিমীয়া বিশ্লেষকসকলে কয় যে ইউক্ৰেইনৰ বাহিনীয়ে খেৰচনৰ ফালে তিনিদিশৰ পৰা আগবাঢ়ি আহিছে আৰু চহৰখনৰ উত্তৰ-পূবৰ কিছুমান অঞ্চল পুনৰ দখল কৰিছে। ইফালে, বুধবাৰে মস্কোৱে ঘোষণা কৰে যে ইউক্ৰেইনৰ নিৰন্তৰ আক্ৰমণৰ সন্মুখীন হৈ তেওঁলোকে খেৰচন চহৰৰ পৰা ৰাছিয়াৰ সৈন্য প্ৰত্যাহাৰ কৰিছে।

Recent News

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd