• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাগুনত সামৰিক পোছাকত আহি নিশা আত্মসমৰ্পন কৰিলে এগৰাকী আলফা (স্বা)ৰ কেডাৰে

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 3, 2020 4:51 pm
আত্মসমৰ্পনকাৰী আলফা স্বাধীনৰ কেডাৰ গৰাকী

আত্মসমৰ্পনকাৰী আলফা স্বাধীনৰ কেডাৰ গৰাকী

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে নিশা জাগুনত সামৰিক পোছাকত আহি এগৰাকী আলফা স্বাধীনৰ কেডাৰে আৰক্ষীৰ আগত আত্মসমৰ্পন কৰা কাৰ্য্যক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

অসম আৰক্ষীৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ উদঙাই দি ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰৰ পৰা পলাই আহি বুধবাৰে নিশা জাগুন আৰক্ষী চকীত আত্মসমৰ্পন কৰে আলফা স্বাধীনৰ কেডাৰ গৰাকীয়ে।

Apply Now

আত্মসমৰ্পন কৰা কেডাৰজন ডিব্ৰুগড় জিলাৰ চাবুৱা জেৰাই গাঁৱৰ লালা অসম ওৰফে শৰৎ গোহাঁই বুলি জানিব পৰা গৈছে।

বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, লালা সৈতে আৰু এজন কেডাৰ মৃগাংক অসম ম্যানমাৰ পৰা আহিছিল, তাৰে মাজৰ পৰা লালা পলাই আহি লেখাপানী থানাৰ অন্তৰ্গত জাগুন আৰক্ষী চকীত হাজিৰ হয়হি।

সম্প্ৰতি মৃগাংক অসমক বিচাৰি তিনিচুকীয়া আৰক্ষী প্ৰশাসনে অসম-অৰুণাচল সীমান্তৱৰ্তী অৰণ্য অঞ্চলত ব্যপক অভিযান অব্যাহত ৰাখিছে।

২০১৯ বৰ্ষত আলফা স্বাধীনত যোগ দিয়া লালা অসম ওৰফে শৰৎ গোহাঁইয়ে আলফাৰ ম্যানমাৰ কেম্পত সামৰিক প্ৰশিক্ষণ লৈছিল যদিও কি কাৰণত আলফা স্বাধীন ত্যাগ কৰি এইদৰে আৰক্ষী থানাত  আত্মসমৰ্পণ কৰিলে সেই সম্পৰ্কে বৰ্তমানেও জানিবলৈ পৰা হোৱা নায়।

আনহাতে, অন্য এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি আৰু দুজন সতীৰ্থৰ সৈতে আলফা স্বাধীনৰ ম্যানমাৰ কেম্পৰ পৰা পলায়ন কৰিছিল লালা অসমে। পলায়ন কৰা সময়ত আলফা কেম্পৰ পৰা কিছু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ লগত লৈ আহিছিল যদিও আধা বাটতে অস্ত্ৰ-শস্ত্ৰখিনি এৰি থৈ আহে।

উল্লেখ যোগ্য যে, ম্যনমাৰত আলফা স্বাধীনৰ বিৰুদ্ধে বাৰ্মা সেনাই অভিযানৰ সময়ত উক্ত শিবিৰতে থকা এজন দুৰ্ধৰ্ষ আলফা কেডাৰে আলফা স্বাধীনৰ সামৰিক পোছাকত আহি জাগুন আৰাক্ষী চকীত সোমাই আত্মসমৰ্পণ কৰা ঘটনাই সেনা-আৰক্ষীৰ নিৰাপত্তাৰ দিশটোৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে বুলি চৰ্চা হৈছে।

আৰক্ষীয়ে বৰ্তমান সময়লৈকে আত্মসমৰ্পনকাৰী আলফা স্বাধীনৰ কেডাৰ জনৰ বিষয়ে মুখ খোলা নায়।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd