• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘অসমত নতুনকৈ তেল-গেছ অন্বেষণ আৰু উত্তোলন কৰিব নোৱাৰিব অইল ইণ্ডিয়াই’ : আলফা(স্বা)

বাঘজানস্থিত তৈলকূপত সংঘটিত অগ্নিকাণ্ডৰ সম্পৰ্কে আলফা(স্বা)ৰ প্ৰতিক্ৰিয়া প্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2020 6:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ বাঘজান তৈল খাদত সংঘটিত অগ্নিকাণ্ডৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তিবাহিনী অসম(স্বাধীন) চমুকৈ আলফা(স্বা)এ।

আলফা(স্বা)ৰ প্ৰচাৰ গোটৰ সদস্য কে. দ্বীপ অসমৰ স্বাক্ষৰিত বিবৃতিত কোৱা হৈছে যে, অইল ইণ্ডিয়াৰ চৰম গাফিলতিৰ বাবেই এনে ভয়ানক দুৰ্ঘটনা সংঘটিত হ’বলৈ পাইছে।

Apply Now

সংগঠনটোৱে লগেত কয় যে তৈলকূপৰ পৰা নিৰ্গত গেছে বাঘজানৰ দাঁতিকাষৰীয়া অঞ্চলৰ লগতে ডিব্ৰু ছৈখোৱাৰ জৈৱ বৈচিত্ৰক ক্ষতিগ্ৰস্ত কৰাৰ ফলত জীৱকুলৰ প্ৰাণ হানি হৈছে।

বিবৃতিত বিদ্ৰোহী সংগঠনটোৱে কয় যে ‘অসমৰ সম্পদ অবৈধ লুণ্ঠন কৰি থকা উপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ অধীনস্থ অইল ইণ্ডিয়া লিমিটেডৰ চৰম গাফিলতিৰ বাবে যোৱা ২৭ মে’ তাৰিখত তিনিচুকীয়া জিলাৰ বাঘজানস্থিত বি জি আৰ ৫ নম্বৰ তৈলকূপত ভয়ংকৰ বিস্ফোৰণৰ হোৱাত অধিক উচ্চ চাপত নিৰ্গত হোৱা বিষাক্ত গেছ আৰু গেদীয় পদাৰ্থ সমগ্ৰ অঞ্চলজুৰি বিয়পি পৰাৰ ফলত উক্ত অঞ্চলৰ জনজীৱনৰ লগতে পশ্চিমে অঞ্চলটোৰ লগতে লাগি থকা মাগুৰি-মতাপুং জলাশয়  তথা উত্তৰে ইয়াৰ কাষতে থকা ডিব্ৰু-ছৈখোৱা জাতীয় উদ্যানৰ জৈৱ বৈচিত্ৰ বধ্যভূমিত পৰিণত হোৱাৰ লগতে বিভিন্ন পশু-পক্ষীৰ আৰু আপুৰুগীয়া শিশুৰ মৃত্যু মুখত পৰিছে।’

 

অইল ইণ্ডিয়া লিমিটেডৰ গাফিলতিৰ বাবেই গেছ নিগৰ্মৰ ফলত শেহতীয়াকৈ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত অঞ্চলটোৰ একেটা পৰিয়ালৰে পাঁচ লোকৰ লগতে দুজনকৈ অইল ইণ্ডিয়াৰ কৰ্মচাৰীয়ে অকাল মৃত্যুক আকোৱালি ল’ব লগা হ’ল বুলি অভিযোগ কৰি ইয়াক এক অপৰাধ হিচাপে গণ্য কৰা হৈছে বুলি জনাইছে বিদ্ৰোহী সংগঠনটোৱে।

আনহাতে ৰাষ্ট্ৰই অসমৰ সম্পদ লুণ্ঠনৰাজ চলাই অসমৰ জৈৱ বৈচিত্ৰক বিনস্ত কৰি অসমৰ জনজীৱন বিপন্ন কৰি অহা কথাটো অসমৰ থলগিৰি জনসাধাৰণে বুজি নেপায় বুলিও অভিযোগ কৰিছে সংগঠনটোৱে।

ইফালে অইল ইণ্ডিয়া লিমিটেডক অসমত নতুনকৈ প্ৰাকৃতিক সম্পদ অন্বেষণ কৰাৰ কাৰ্যক বন্ধ কৰিবলৈ সকিয়নি দিছে আলফা(স্বা)এ।

সংগঠনটোৱে কয় যে অইল ইণ্ডিয়া লিমিটেড অসমত প্ৰাকৃতিক গেছ আৰু তেল নতুনকৈ অন্বেষণ আৰু উত্তোলন কৰা কাৰ্যক কোনো কাৰণতেই আলফা(স্বা)এ সহ্য নকৰে।

যদি অইল ইণ্ডিয়া লিমিটেডএ অসম বিৰোধী এনে কোনো কাম কৰে তেতিয়া আলফা(স্বা)এ যিকোনো মূল্যৰ বিমিয়মত সেয়া কঠোৰভাৱে প্ৰতিহত কৰিবলৈ বদ্ধপৰিকৰ বুলি উল্লেখ কৰিছে বিবৃতিটোত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd