• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আয়াৰলেণ্ডত ভাৰতীয় শিক্ষাৰ্থীক চূড়ান্ত অপমান! ফুড বেংকৰ লাইনত বৰ্ণবৈষম্যমূলক আচৰণৰ ভিডিঅ’ ভাইৰেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2026 8:51 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম বিশ্বৰ উন্নত দেশ আয়াৰলেণ্ডত শেহতীয়াকৈ এক বিশেষ ছবিয়ে ব্যাপক বিতৰ্কৰ সৃষ্টি কৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ছবিখনক কেন্দ্ৰ কৰি দেশখনত ভাৰত বিৰোধী আৱেগ গঢ়ি উঠিছে। গলৱে বিশ্ববিদ্যালয়ৰ খাদ্য যোগান কাউণ্টাৰৰ সন্মুখত ছাত্ৰ-ছাত্ৰীৰ এক দীঘলীয়া শাৰী দেখা গৈছে য’ত বেছিভাগেই ভাৰতীয় শিক্ষাৰ্থী। এই ছবিখন ভাইৰেল হোৱাৰ পিছতে আইৰিছ নাগৰিকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তেওঁলোকে ভাৰতীয় শিক্ষাৰ্থীসকলক লৈ বিভিন্ন কটু মন্তব্য কৰা পৰিলক্ষিত হৈছে।

আয়াৰলেণ্ডৰ বিশ্ববিদ্যালয়সমূহত ছাত্ৰ সংগঠনৰ তৰফৰ পৰা শিক্ষাৰ্থীসকলক কম মূল্যত বা বিনামূলীয়াকৈ খাদ্যৰ যোগান ধৰা হয়। আয়াৰলেণ্ডৰ দৰে ব্যয়বহুল দেশত পঢ়িবলৈ যোৱা বহু ভাৰতীয় শিক্ষাৰ্থীয়ে নিজৰ খৰচ ৰাহি কৰিবলৈ এই ফুড বেংকৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু এই দীঘলীয়া শাৰীৰ ছবিখনে স্থানীয় লোকসকলক ক্ষুব্ধ কৰি তুলিছে। বহু আইৰিছ নাগৰিকে ছ’চিয়েল মিডিয়াত লিখিছে যে ভাৰতীয়সকলে দেশখনত পঢ়িবলৈ অহাৰ আগতে নিজৰ থকা-খোৱাৰ খৰচ বহন কৰিব পৰাকৈ আৰ্থিকভাৱে স্বাৱলম্বী হোৱা উচিত আছিল। একাংশই আনকি এনেদৰেও কৈছে যে এই শাৰীত কেৱল ভাৰতীয়সকলকহে দেখা গৈছে আৰু আন কোনো বিদেশী শিক্ষাৰ্থী ইয়াত নাই।

Apply Now

এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি আয়াৰলেণ্ডত বৰ্ণবৈষম্যৰ গোন্ধ পোৱা গৈছে। একাংশ নেটিজেনে অত্যন্ত অপমানজনক মন্তব্য কৰিছে আৰু অভিবাসীসকলক চোৰ বুলিও অভিহিত কৰিছে। তেওঁলোকৰ মতে বিদেশী শিক্ষাৰ্থীসকলে দেশখনৰ চৰকাৰী আৰু সামাজিক সেৱাসমূহৰ অপব্যৱহাৰ কৰিছে যাৰ ফলত স্থানীয় লোকসকলৰ ওপৰত হেঁচা পৰিছে। বহুতে এতিয়া পোনপটীয়াকৈ ভাৰতীয়সকলক দেশৰ পৰা বাহিৰ কৰি দিয়াৰ দাবী তুলিছে। তেওঁলোকৰ মতে বাহিৰৰ পৰা অহা মানুহে আইৰিছ সন্তানসকলৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

বৰ্তমান সময়ত আয়াৰলেণ্ডত আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে সাধাৰণ জনতাৰ জীৱন যাপন কঠিন হৈ পৰিছে। এনে পৰিস্থিতিত বিশ্ববিদ্যালয়সমূহে বিদেশী শিক্ষাৰ্থীক এনে সুযোগ দিয়াটোক একাংশই সহজভাৱে ল’ব পৰা নাই। স্থানীয় লোকসকলৰ মতে বিদেশী শিক্ষাৰ্থীসকলে দেশখনৰ সম্পদ লুটি লৈছে আৰু ইয়াৰ ফলত দেশৰ অৰ্থনীতি আৰু আস্থাত আঘাত লাগিছে। এই এটা ভাইৰেল ছবিয়ে এতিয়া আয়াৰলেণ্ডত থকা ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে এক অস্বস্তিকৰ আৰু দুশ্চিন্তাৰ পৰিৱেশ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd