DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্যৱসায়ী উমেদ কুমাৰ সিংহীৰ বিয়োগ: শোকস্তব্ধ চাপৰ-বিলাসীপাৰা

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
December 17, 2021 6:55 pm
237
VIEWS
Share on FacebookShare on Twitter

প্ৰতিষ্ঠিত ব্যৱসায়ী তথা ‘গৌতম কংষ্ট্ৰাকচন’ৰ অন্যতম সঞ্চালক  উমেদ কুমাৰ সিংহী(৬৪) ৰ গুৱাহাটীৰ তৰুণ নগৰস্থিত বাসগৃহত হৃদক্ৰিয়া বন্ধ হৈ আকস্মিকভাৱে মৃত্যু হোৱাত চাপৰ-বিলাসীপাৰাতো শোকৰ ছাঁ পৰিছে।

উল্লেখযোগ্য যে প্ৰয়াত উমেদ কুমাৰ সিংহী অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ তথা বিলাসীপাৰা পূব সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহীৰ জ্যেষ্ঠ ভাতৃ।

উমেদ কুমাৰ সিংহীয়ে মৃত্যুৰ পূৰ্বেই তেওঁৰ চকুযুৰি দান কৰি থৈ গৈছিল।

তেওঁৰ পত্নী ৰেণু দেৱী, পুত্ৰ ৰোহিত, আকাশ আৰু সন্দীপৰ  সহমতত আৰু গুৱাহাটীৰ তেৰাপন্থ যুৱক পৰিষদৰ সহযোগত শংকৰ নেত্ৰালয়ৰ ‘আই বেংকে’ আজি পুৱা তেওঁৰ চকুজুৰি সংগ্ৰহ কৰে।

গুৱাহাটীৰ ভূতনাথ শ্মশানত তেওঁৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন হয় বুলি অশোক কুমাৰ সিংহীয়ে অৱগত কৰিছে।

তেওঁৰ মৃত্যুত চাপৰ প্ৰেছ ক্লাব, বিজেপিৰ জ্যেষ্ঠ নেতা উমেশ ৰায়, এ ডি সি নবজিৎ পাঠক , প্ৰাক্তন ৱাৰ্ড( বিলাসীপাৰা ) আয়ুক্ত চন্দন দাস, চাপৰ প্ৰেছ ক্লাবৰ সম্পাদক ছাজিদ হুছেইন , বিশিষ্ট সাংবাদিক বিজয় কুমাৰ শৰ্মা , বিশিষ্ট কবি ধীমান দাস , শিক্ষয়িত্ৰী চয়নিকা ৰায় , ৰেজান হৰ’ ,ধুবুৰী জিলা সাহিত্য সভাৰ মুখপাত্ৰ তিলক চন্দ্ৰ প্ৰসাদ আদিকে ধৰি বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

উল্লেখ্য যে প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহীৰ জ্যেষ্ঠ ভাতৃ উমেদ কুমাৰ সিংহীৰ বিয়োগত সিংহী পৰিয়ালৰ ফালৰ পৰা গুৱাহাটী তেৰাপন্থ ভৱনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰা হয় ।

Recent News

Explosives Recovery In Pulwama

কূটাঘাতৰ পৰিকল্পনা! দিৱসৰ প্ৰাকক্ষণত পুলৱামাত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী

Thief

ভক্তপ্ৰাণ চোৰ! মন্দিৰৰ দেৱী মূৰ্তিৰ সমুখত সেৱা জনাই লুটি নিলে সকলো

Encounter in Jammu-Kashmir

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰ অভিযান: আবদ্ধ তিনি সন্ত্ৰাসবাদী সদস্য

Bihar Nitish Kumar

বিহাৰত আজি শাসনলৈ ‘মহাজোঁট’ৰ নতুন চৰকাৰ: মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত ল’ব নীতিশ কুমাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd