• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ত পলাব! চলিত দশকতেই পৃথিৱীৰ তাপমাত্ৰা ডেৰ ডিগ্ৰী বৃদ্ধিৰ আশংকা; সতৰ্ক কৰিলে ৰাষ্ট্ৰসংঘই

এন ই নাও নিউজ by এন ই নাও নিউজ
August 10, 2021 9:56 am
860_climate_2000_europe_heat_map
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জলবায়ু পৰিৱৰ্তনকলৈ আশংকাৰ বাতৰি দি সতৰ্ক কৰি দিলে ৰাষ্ট্ৰসংঘই। চলিত দশকতেই ডেৰ ডিগ্ৰী তাপমাত্ৰা বৃদ্ধি পাব বুলি সকীয়াই সংস্থাৰ বক্তৱ্য হ’ল এতিয়া পলোৱাৰ জেগা নাই।

সোমবাৰে জলবায়ু পৰিৱৰ্তন সম্বন্ধীয় আন্ত:চৰকাৰ কমিটি বা আইপিচিচিৰ এক প্ৰতিবেদন কোৱা হৈছে যে পৃথিৱীৰ বিভিন্ন প্ৰান্তত এতিয়া যি প্ৰচণ্ড তাপ প্ৰবাহ, ধাৰাসাৰ বৰষুণ, খৰাং বা ঘুৰ্ণী বতাহ আদি হোৱা দেখা গৈছে তাতেই জলবায়ু পৰিৱৰ্তনৰ কথা স্পষ্ট হৈ পৰিছে।

Apply Now

বিশ্বৰ ১৯৫খন সদস্য দেশৰ সৈতে সোমবাৰে আইপিচিচিৰ এই প্ৰতিবেদন ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্ট’নিঅ’ গুটৰেছে সদৰী কৰে।

প্ৰতিবেদনৰ সহ-সংকলক লিণ্ডা মাৰ্নছে কয়,’’কতো পলোৱাৰ জেগা নাই, লুকুৱাবলৈও জেগা নাই।‘’

প্ৰতিবেদনত কোৱা হৈছে যে ২০০৮চনত বিজ্ঞানীসকলে যি সম্ভাৱনা ব্যক্ত কৰিছিল তাতকৈ এক দশক পূৰ্বেই গোলকীয় উষ্ণতা বিপজ্জনক স্থানত উপনীত হ’ব পাৰে। ২০৩০চনৰ ভিতৰত সমগ্ৰ বিশ্বৰ সামগ্ৰিক তাপমাত্ৰা ১.৫ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি পাব।

গোলকীয় উষ্ণতাৰ ফলত ১৯০১চনৰ পৰা ১৯৭১চন পৰ্যন্ত সাগৰৰ জলস্তৰ য’ত নেকি বছৰি ১.৩ মিলিমিটাৰকৈ বৃদ্ধি পাইছিল সেয়া ২০০৭চনৰ পৰা ২০১৮চনলৈ বছৰি ৩.৭ মিলিমিটাৰত গৈ ৰৈছে। সামগ্ৰিকভাৱে ১৯০১চনৰ পৰা ২০১৮চনলৈকে সমগ্ৰ বিশ্বৰ জলস্তৰৰ গড় বৃদ্ধি পাইছে ০.২০ মিটাৰ।

প্ৰতিবেদনত জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক তথ্য দাঙি ধৰি কোৱা হৈছে যে কোনো নিৰ্দিষ্ট অঞ্চলৰ ভিতৰত এই উষ্ণতা বৃদ্ধি সীমাবদ্ধ হৈ থকা নাই। বিশ্বৰ সকলোতে এই বৃদ্ধিৰ ঘটনা ঘটিছে।

বিজ্ঞানীসকলে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে মানৱসৃষ্টি কাৰণসমূহকে দায়ী কৰিছে। তেওঁলোকে দাবী কৰে যে চহৰাঞ্চলসমূহ উষ্ণতাৰ মূল কেন্দ্ৰ হৈ পৰিছে। নিৰন্তৰ তাপমাত্ৰা বৃদ্ধিৰ ফলত গৰম বতাহ ইয়াত অৱৰুদ্ধ হৈ পৰে যিটো ঠাণ্ডা হ’বলৈ দীঘলীয়া সময় লাগে।

এনে কাৰণৰ বাবেই জলাশয়, হ্ৰদ, নদীসমূহতেই নহয়, গছ-গছনিৰে ভৰা সেউজ অঞ্চলতো উষ্ণতা দীৰ্ঘস্থায়ী হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd