• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৃষক আন্দোলন আৰু কাশ্মীৰ : স্থিতি স্পষ্ট কৰিলে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়ুক্তই

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2021 2:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত চলি থকা কৃষক আন্দোলন, সাংবাদিকসকলৰ ওপৰত দেশদ্ৰোহীতাৰ গোচৰ আৰু সামাজিক মাধ্যমত ভাৱপ্ৰকাশৰ বাধাআৰোপক কেন্দ্ৰ কৰি ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে মাত মাতিছে।

আয়োগৰ আয়ুক্ত মিচেল বেচেলেটে শুকুৰবাৰে কয় যে তেওঁ কৃষক আন্দোলনটোক লক্ষ্য কৰি আছে।

Apply Now

তেওঁ আশা কৰে কৃষক আৰু কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ মাধ্যমেৰে আন্দোলনটোৱে উপস্থাপন কৰা বিষয়সমূহ সমাধা হ’ব।

তদুপৰি সাংবাদিক-ৰাজহুৱা কৰ্মীসকলৰ ওপৰত দেশদ্ৰোহীতাৰ গোচৰ আৰু সামাজিক মাধ্যমকেন্দ্ৰীক বাধা-নিষেধসমূহে মানৱ অধিকাৰক মূলগতভাৱে অৱদমিত কৰা বুলিও তেওঁ কয়।

সামাজিক মাধ্যম টুইটাৰকো কেন্দ্ৰীয় চৰকাৰে নিজৰ দখলত আনিবলৈ চেষ্টা কৰিছিল। আনকি আন্দোলনকাৰী সংগঠন কিষাণ একতা মৰ্চাৰ টুইটাৰ একাউণ্টটোকো ব্লক কৰিবলৈ চৰকাৰে টুইটাৰৰ ওচৰত দাবী জনাইছিল।

আনহাতে আয়ুক্তগৰাকীয়ে কৰোণা মহামাৰীৰ সময়ত ভাইৰাছৰ ক্ষীপ্ৰ টেষ্টিঙৰ বাবে কেৰেলা চৰকাৰে লোৱা ‘‘পাইলট প্ৰগ্ৰেম’’ক প্ৰশংসা কৰি কয় যে ই পিছপৰা লোকসকলৰ বাবে সুবিধাজনক হৈ পৰিছে।

আয়ুক্তগৰাকীয়ে কাশ্মীৰ সন্দৰ্ভতো আয়োগৰ স্থিতি স্পষ্ট কৰি কৈছে যে ইণ্টাৰনেট যোগাযোগৰ ক্ষেত্ৰত বাধা-নিষেধ আৰু ৰাজহুৱা কৰ্মীসকলৰ ওপৰত ভাৰত চৰকাৰৰ দমনমূলক পদক্ষেপসমূহক আয়োগে চোকা নজৰ ৰাখিছে।

আয়ুক্তগৰাকীৰ এই বক্তব্যৰ পাছতে ৰাষ্ট্ৰসংঘৰ ভাৰতৰ প্ৰতিনিধি মণি পাণ্ডেই ভাৰত চৰকাৰৰ কৃষি আইন তিনিখনৰ সমৰ্থনত কয় যে ইয়াৰ দ্বাৰা চৰকাৰে ২০২৪ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰিব বিচাৰিছে।

তেওঁ কয় যে আইন তিনিখনে ক্ষুদ্ৰ কৃষকসকলক উপকৃত কৰিব। তদুপৰি চৰকাৰে কৃষকৰ প্ৰতিবাদটোক যথাযোগ্য সন্মান প্ৰদৰ্শন কৰি অহা বুলিও তেওঁ জনায়।

আয়োগৰ কাশ্মীৰকেন্দ্ৰীক স্থিতিকো সমালোচনা কৰি ভাৰতৰ প্ৰতিনিধি মণি পাণ্ডেই কয় যে ভাৰত চৰকাৰৰ এই পদক্ষেপসমূহক জম্মু কাশ্মীৰৰ নাগৰিকৰ লগতে সমগ্ৰ ভাৰতৰ জনতাই আদৰণি জনাইছে।

আয়ুক্তগৰাকীৰ বক্তব্যক তথ্যভিত্তিক আৰু নিৰপেক্ষ নহয় বুলিও তেওঁ ক্ষোভিত হৈ পৰে।

উল্লেখযোগ্য যে ২৬ জানুৱাৰীৰ ট্ৰেক্টৰ ৰেলী সম্পৰ্কত কেইবাজনো সাংবাদিকক ‘ভুৱা বাতৰি’ পৰিবেশনৰ বাবে বিজেপিশাসিত ৰাজ্যসমূহে এজাহাৰ দাখিল কৰাৰ উপৰিও সাংবাদিক মনদীপ পুনিয়াক সিংঘু বৰ্ডাৰত কৰ্মৰত অৱস্থাতে আটক কৰা হৈছিল।

সামাজিক মাধ্যম টুইটাৰকো কেন্দ্ৰীয় চৰকাৰে নিজৰ দখলত আনিবলৈ চেষ্টা কৰিছিল। আনকি আন্দোলনকাৰী সংগঠন কিষাণ একতা মৰ্চাৰ টুইটাৰ একাউণ্টটোকো ব্লক কৰিবলৈ চৰকাৰে টুইটাৰৰ ওচৰত দাবী জনাইছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am
নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am
নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd