• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : বিশ্বৰ ৬৫ কোটিৰো অধিক লোকৰ ঘৰত আজিও নাই বিজুলী সংযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2026 2:28 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বত এতিয়াও প্ৰায় ৬৫ কোটি ৫০ লাখ লোক বিজুলী সংযোগৰ পৰা বঞ্চিত হৈ আছে, যিটো বিশ্বৰ মুঠ জনসংখ্যাৰ ৮ শতাংশ। শেহতীয়াকৈ প্ৰকাশ পোৱা ৰাষ্ট্ৰসংঘৰ এখন প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে।

প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি, বিদ্যুতৰ সুবিধা নথকা এই লোকসকলৰ সৰ্বাধিক অংশ ছাব-ছাহাৰান আফ্ৰিকা অঞ্চলৰ।

Apply Now

আনহাতে, বৰ্তমান বিশ্বৰ প্ৰায় ১৮০ কোটি লোকে ৰন্ধা-বঢ়াৰ বাবে প্ৰদূষণ সৃষ্টিকাৰী ইন্ধন আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি আছে, যাৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি আহি পৰিছে। বুধবাৰে প্ৰকাশ পোৱা বহনক্ষম উন্নয়ন লক্ষ্য সম্পৰ্কীয় শেহতীয়া প্ৰতিবেদনখনত এই তথ্য প্ৰকাশ কৰা হৈছে। এই ক্ষেত্ৰত ছাব-ছাহাৰান আফ্ৰিকা অঞ্চলৰ অৱস্থা আটাইতকৈ বেয়া, য’ত ৫৬ কোটিৰো অধিক লোকৰ ঘৰত বিজুলী নাই আৰু ৯৭ কোটি লোকে পৰিষ্কাৰ ৰন্ধন প্ৰণালীৰ সুবিধা পোৱা নাই। ২০৩০ চনৰ ভিতৰত সকলোৰে বাবে বিদ্যুতৰ সুবিধা নিশ্চিত কৰিবলৈ এই অঞ্চলত কামৰ গতি তিনিগুণ বৃদ্ধি কৰিব লাগিব বুলি প্ৰতিবেদনখনত কোৱা হৈছে।

এই সকলোবোৰ প্ৰত্যাহ্বানৰ মাজতো প্ৰতিবেদনখনত শক্তিৰ ক্ষেত্ৰত কিছু আশাৰ বতৰা দিয়া হৈছে। উদাহৰণস্বৰূপে, নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু বৰ্তমান বিশ্বৰ মুঠ বিদ্যুত ব্যৱহাৰৰ ৩০ শতাংশতকৈ অধিক কেৱল নৱীকৰণযোগ্য বা পুনৰ নৱীকৰণ কৰিব পৰা শক্তিৰ পৰাই আহে।

অৱশ্যে প্ৰতিবেদনখনত সতৰ্ক কৰি দিয়া হৈছে যে যদিহে অতি সোনকালে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে ২০৩০ চনৰ ভিতৰত সকলোৰে বাবে সুলভ, নিৰ্ভৰযোগ্য আৰু আধুনিক শক্তি নিশ্চিত কৰাৰ যি লক্ষ্য আছিল সেয়া কেতিয়াও পূৰণ নহ’ব। ৰাষ্ট্ৰসংঘৰ জ্যেষ্ঠ বিষয়া লি জুনহুয়াই কয় যে যোৱা কেইবছৰমানত শক্তি খণ্ডত বহু উন্নতি হৈছে সঁচা, কিন্তু আজিও লাখ লাখ লোক ইয়াৰ পৰা বঞ্চিত হৈ আছে। তেওঁ লগতে কয় যে বৰ্তমানৰ শক্তি সংকটক পৰিষ্কাৰ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ এক সুযোগ হিচাপে ল’ব লাগিব আৰু ইয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিনিয়োগ আৰু সহায়ৰ অতিশয় প্ৰয়োজন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd