• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

গাজাত ৪৮ ঘণ্টাত ১৪ হাজাৰ শিশুৰ মৃত্যুৰ আশংকা: ৰাষ্ট্ৰসংঘৰ সতৰ্কবাণী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2025 4:53 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলৰ অবিৰাম সামৰিক অভিযানে গাজা ষ্ট্ৰিপক ধ্বংসস্তূপত পৰিণত কৰিছে, আৰু ধাৰাবাহিক বোমা বিস্ফোৰণৰ ফলত মৃত্যুৰ সংখ্যা দিনক দিনে বাঢ়িছে। চৰম খাদ্য সংকটৰ মাজত ৰাষ্ট্ৰসংঘই সতৰ্ক কৰি কৈছে যে, পৰ্যাপ্ত মানৱীয় সাহায্য নাপালে আগন্তুক ৪৮ ঘণ্টাত গাজাত ১৪ হাজাৰ শিশুৰ মৃত্যু হ’ব পাৰে। দেওবাৰে ইজৰাইলে গাজালৈ সীমিত পৰিমাণৰ খাদ্য আৰু সাহায্য পঠোৱাৰ কথা ঘোষণা কৰিছিল, আৰু সোমবাৰে মাত্ৰ পাঁচখন সাহায্যৰ ট্ৰাকৰ প্ৰৱেশৰ অনুমতি দিয়ে। কিন্তু ৰাষ্ট্ৰসংঘৰ মানৱীয় মুৰব্বী টম ফ্লেচাৰৰ মতে, ২১ লাখ লোকৰ বাবে, য’ত প্ৰায় আধা শিশু, এই সাহায্য সাগৰত এক টোপাল ৰ দৰে, যিয়ে প্ৰকৃত প্ৰয়োজন পূৰণ কৰিব নোৱাৰে।

ফ্লেচাৰে বিবিচিত প্ৰদান কৰা তথ্য অনুসৰি গাজাত এতিয়া অধিক মানৱীয় সাহায্যৰ প্ৰয়োজন। যদিও সাহায্য পঠিওৱাৰ চেষ্টা চলিছে, সীমান্তত বাধাৰ ফলত এই সামগ্ৰী জনসাধাৰণৰ হাতলৈ পৰ্যাপ্তভাৱে প্ৰেৰণ কৰাত ব্যৰ্থ। আছে, কিন্তু সময়মতে সাহাৰ্য লাভ নকৰিলে  হাজাৰ হাজাৰ শিশুৰ জীৱন বিপন্ন হ’ব। ফ্লেচাৰে কয়, তেওঁলোকে ১০০ খন ট্ৰাক পঠাবলৈ চেষ্টা কৰিছে, কিন্তু প্ৰতিবাৰেই বাধাৰ সন্মুখীন হৈছে। ইফালে, আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ পৰা ইজৰাইলৰ ওপৰত অভিযান বন্ধ আৰু সাহায্যৰ প্ৰৱেশৰ অনুমতিৰ বাবে হেঁচা বাঢ়িছে। ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাই সতৰ্ক কৰি কৈছে যে, এই নিষেধাজ্ঞা আঁতৰোৱা নহ’লে কঠোৰ ব্যৱস্থা ল’ব।

Apply Now

কিন্তু সাহায্যৰ প্ৰতিশ্ৰুতি সত্ত্বেও, হামাছৰ বিৰুদ্ধে ইজৰাইলৰ সামৰিক অভিযান অব্যাহত আছে। চিকিৎসকৰ মতে, সাম্প্ৰতিক বিমান আক্ৰমণত মাত্ৰ আধা ঘণ্টাত ৩৮ জন পেলেষ্টাইনীৰ মৃত্যু হৈছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয়দী চুক্তিৰ বাবে হামাছৰ সন্মতি নাপালে আক্ৰমণ তীব্ৰতৰ হ’ব বুলি সতৰ্ক কৰিছে। উল্লেখ্য যে  ২০২৩ চনৰ ৭ ছেপ্টেম্বৰৰ হামাছৰ আক্ৰমণৰ পিছত ইজৰাইলে এই অভিযান আৰম্ভ কৰিছিল। ২০২৫ চনৰ ১৫ জানুৱাৰীত কাটাৰ, আমেৰিকা আৰু ইজিপ্তৰ মধ্যস্থতাত অস্থায়ী যুদ্ধবিৰতি হৈছিল, কিন্তু মাৰ্চত তাৰ ম্যাদ শেষ হোৱাৰ পিছত ইজৰাইলে পুনৰ আক্ৰমণ আৰু সাহায্যৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে, যাৰ ফলত গাজাৰ মানৱীয় সংকট ভয়াৱহ হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd