• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰিত কংগ্ৰেছী গুণ্ডা বাহিনীৰ আক্ৰমণ সহিব নোৱাৰি গাঁও এৰিলে অগপৰ মহিলা সমৰ্থকে

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
December 10, 2018 10:37 pm
Congress-1assam

প্ৰতিনিধিত্বমূলক ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ষমতাৰ পৰা অপসাৰিত হ’ল যদিও চামগুৰি সমষ্টিৰ লাওখোৱা মৌজাত কংগ্ৰেছী বাহিনীৰ গুণ্ডাৰাজ বন্ধ নহ’ল। যোৱা তিনি ডিচেম্বৰত শালপাৰা গাঁও পঞ্চায়তৰ অগপৰ মহিলা সমৰ্থকক কংগ্ৰেছী গুণ্ডাবাহিনীয়ে ঘৰত বলপূৰ্বকভাৱে প্ৰৱেশ কৰি আক্ৰমণ কৰাৰ পিছত নিৰাপত্তাৰ অজুহাতত মহিলা গৰাকীয়ে তেজপুৰত অজ্ঞাত স্থানত আত্মগোপন কৰিবলগীয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে, অগপ প্ৰাৰ্থীক সমৰ্থন কৰাৰ অপৰাধত পূৱ শালপাৰা গাঁৱৰ একৰামুল, হাজেৰা আৰু জালাল উদ্দিন নামৰ তিনিজন কংগ্ৰেছী সমৰ্থকে গাঁ‌ওখনৰ মুছকিবুৰ ৰহমানৰ ঘৰত সোমাই পত্নী গোলেছা বেগম (৩৪)ক দলবদ্ধভাৱে আক্ৰমণ কৰি আহত কৰাৰ উপৰি ঘৰৰ আচবাব ভাঙি লণ্ড-ভণ্ড কৰিছিল।

Apply Now

কংগ্ৰেছী গুণ্ডা বাহিনীৰ আক্ৰমণত গুৰুতৰভাৱে আহত গোলেছাৰ স্বামীয়ে ঘটনা সন্দৰ্ভত ওপৰোক্ত তিনিওজন লোকৰ বিৰুদ্ধে ৰূপহীহাট থানাত ভাৰতীয় দণ্ড বিধিৰ ৪৪৭/ ৪৪৮/৪২৭/৫০৬/৩২৫/২৯৪/৩৪ ধাৰাৰ অধীনত ৭৩৩/১৮ নম্বৰত এটি গোচৰ ৰুজু কৰে। কিন্তু গোচৰ ৰুজু হোৱাৰ পাছতো আৰক্ষীয়ে কি কাৰণত কংগ্ৰেছী গুণ্ডা বাহিনীটোক আটক কৰা নাই সেয়া ৰহস্যৰ আৱৰ্তত বুলি বিভিন্ন লোকে মন্তব্য কৰে।

উল্লেখ্য যে আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি উৎসাহী হৈ উঠা গুণ্ডা বাহিনীটোয়ে অগপৰ সমৰ্থক গোলেছাৰ পৰিয়ালক ধাৰাবাহিকভাৱে ভাবুকি প্ৰদান কৰি অহাত সন্ত্ৰস্ত হৈ উঠা পৰিয়ালটোৱে আত্মৰক্ষাৰ স্বাৰ্থত গাঁ‌ও এৰি যাবলৈ বাধ্য হয়।

মহিলাগৰাকীয়ে সপৰিয়ালে তেজপুৰ কোনো অজ্ঞাত স্থানত আশ্ৰয় লোৱা বুলি এখ সূত্ৰৰ পৰা জানিব পৰা গৈছে। আনকি গুণ্ডা বাহিনীটোৰ দৌৰাত্ম্যৰ বাবে পৰিয়ালটো গাঁ‌ওখনলৈ উভতি আহিবলৈ সাহস গোটাব পৰা নাই।

ইপিনে উক্ত ঘটনাক কেন্দ্ৰ কৰি লাওখোৱাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শালপাৰা পঞ্চায়তৰ প্ৰাক্তন সভাপতি হাফিজুৰ ৰহমান, অগপৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী ছোলেমান আলী আৰু শিঙিমাৰী জিলা পৰিষদৰ প্ৰাৰ্থী আনজুমা খাতুনে ঘটনাটোক তীব্ৰ ভাষাত গৰিহণা দি কংগ্ৰেছী গুণ্ডা বাহিনীটোক নাকী লগাবলৈ আৰক্ষীৰ ওচৰত দাবী জনাইছে।

বিদ্যুত জ্যোতি বৰা

বিদ্যুত জ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd