• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বেংকত পৰি আছে দাবীহীন ৪২,২৭০ কোটি টকা; চাই লওক আপোনাৰো আছে নেকি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 24, 2023 9:14 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় বেংকত আনক্লেইমড ডিপ’জিট (Unclaimed Deposit) অৰ্থাৎ দাবী বিহীন আমানত  বৃদ্ধি পাইছে। শেহতীয়াকৈ কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী ভাগৱত কে কাৰাডে ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত কয় যে ২০২৩ চনৰ মাৰ্চ মাহৰ ভিতৰত বেংকত দাবীহীন জমা ধন ২৮ শতাংশ বৃদ্ধি পাই ৪২,২৭০ কোটি টকা হৈছে।

কাৰাডে কয় যে ২০২১-২০২২ বিত্তীয় বৰ্ষত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংকত ৩২,৯৩৪ কোটি টকাৰ দাবীহীন জমা হোৱাৰ তুলনাত ২০২৩ চনৰ মাৰ্চ মাহৰ শেষত এই ধনৰাশি ২৮ শতাংশ বৃদ্ধি পাই ৪২,২৭২ কোটি টকা হৈছে। ২০২৩ চনৰ মাৰ্চ মাহৰ শেষলৈকে ৰাজহুৱা খণ্ডৰ বেংকৰ হাতত ৩৬,১৮৫ কোটি টকাৰ দাবীহীন জমা ধন আছিল, আনহাতে ব্যক্তিগত খণ্ডৰ বেংকৰ হাতত আছিল ৬,০৮৭ কোটি টকা।

দাবীহীন আমানত কি?

যদি আপোনাৰ ধন বেংকৰ সঞ্চয় বা কাৰেণ্ট একাউণ্টত ১০ বছৰ ধৰি ৰখা হয় কিন্তু এই গোটেই সময়ছোৱাত আপুনি কোনো ধৰণৰ লেনদেন নকৰে, তেন্তে এই একাউণ্টটোক দাবীহীন জমা হিচাপে গণ্য কৰা হয়। একেদৰে যদি আপুনি এফ ডি, আৰ ডি বা আন কোনো ধৰণৰ চেভিংছ/ইনভেষ্টমেণ্ট একাউণ্টত ১০ বছৰৰ মেচিউৰিটিৰ ভিতৰত ধন উলিয়াব নোৱাৰে তেন্তে সেয়া আনক্লেইমড ডিপ’জিটত পৰিণত হ’ব। এই একাউণ্টসমূহত থকা ধনখিনি বেংকে জমাকাৰী শিক্ষা আৰু সজাগতা (DEA) পুঁজিত জমা কৰে। ডি ই এৰ তত্বাৱধানত থাকে আৰ বি আই।

Apply Now

দাবী নকৰা জমা ধন কেনেকৈ পৰীক্ষা আৰু দাবী কৰিব?

দাবী নকৰা জমা ধনৰ সঠিক মালিকৰ সন্ধান উলিয়াবলৈ ২০২৩ চনৰ আগষ্ট মাহত আৰ বি আইয়ে আৰম্ভ কৰিছিল কেন্দ্ৰীয় ৱেব পৰ্টেল উডগাম (UDGAM)।

*প্ৰথমে https://udgam.rbi.org.in/unclaimed-deposits/#/register লৈ যাওক।

*পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় তথ্য দিয়ক।

* এটা পাছৱৰ্ড ছেট কৰক আৰু কেপচা ক’ড দিয়ক।

* আপোনাৰ ফোনত লাভ কৰা OTP দিয়ক।

* এবাৰ পঞ্জীয়ন কৰাৰ পিছত, UDGAM পৰ্টেলত লগইন কৰক।

*একাউণ্টধাৰীৰ নাম লিখি তালিকাৰ পৰা বেংক নিৰ্বাচন কৰক।

*একাউণ্টধাৰীৰ পেন, ভোটাৰ আইডি, অনুজ্ঞাপত্ৰ বা পাছপ’ৰ্ট নম্বৰ দিয়ক।

*ইয়াৰ পিছত search button ত ক্লিক কৰক।

যদি আপোনাৰ নামত কোনো দাবী নকৰা জমা ধন আছে তেন্তে ই স্ক্ৰীণত প্ৰদৰ্শিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd