• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতীয় সেনাৰ ব্লেজিং ছৰ্ড ডিভিজনৰ উদ্যোগত মহাবোধি অনাথ আশ্ৰমৰ শিক্ষামূলক ভ্ৰমণ

NE NOW NEWS এনই নাও নিউজ
তেজপুৰ , October 29, 2018 2:37 pm

1 min read

Capture
207
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সেনাৰ ব্লেজিং ছৰ্ড ডিভিজনৰ সেনাৰ দ্বাৰা ‘সদ্ভাৱনা অভিযান’ৰ (Operation Sadbhavana) অন্তৰ্গত এটা দুদিনীয় শিক্ষামূলক ভ্ৰমণৰ কাৰ্যসূচী টাৱাঙৰ মহোবোধি অনাথ আশ্ৰমৰ পৰা ফ্লেগ অফ কৰা হয়। এই শিক্ষামূলক ভ্ৰমণটো অক্টোবৰৰ ২৬ৰ পৰা ২৭ তাৰিখলৈকে অনুষ্ঠিত কৰা হয়। ইয়াতে ২গৰাকী শিক্ষক আৰু মহাবোধি অনাথ আশ্ৰমৰ ষষ্ঠ মানৰ পৰা দশম মানলৈকে ২৯ গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

এই শিক্ষামূলক ভ্ৰমণৰ সময়চোৱাত ছাত্ৰীসকলে ছেলা হ্ৰদ আৰু ছেলা গিৰিপথ, নেউকমা ডেঙৰ সমীপস্থ য়াক গৱেষণা কেন্দ্ৰ আদি স্থান ভ্ৰমণ কৰে। দলটোৱে যশৱন্তগড় যুদ্ধ স্মাৰক ভ্ৰমণ কৰে। এই স্থানতেই ১৯৬২ৰ চীন-ভাৰত যুদ্ধত চিপাহী যশৱন্ত সিং দেশৰ হকে চহিদ হৈছিল।

শিক্ষামূলক ভ্ৰমণৰ দ্বিতীয় পৰ্বত ছাত্ৰীসকলে ডিৰাঙত থকা পৰ্বতাৰোহণ আৰু সহোযগী ক্ৰীড়াৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত (NIMAS) শৈল আৰোহণ কৰে (rock climbing)। তেওঁলোকে ডিৰাং মঠ আৰু ডিৰাং ছোৱালী বিদ্যালয়ো দৰ্শন কৰে।অনাথ আশ্ৰমৰ ছাত্ৰীসকলে এই শিক্ষামূলক উদ্যোক্তা ভাৰতীয় সেনা বাহিনীক কৃতজ্ঞতা জ্ঞাপন কৰে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd