• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰামপুৰত আৰম্ভ হৈছে ‘আণ্ডাৰ দ্য চাল ট্ৰি’ নাট মহোৎসৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 15, 2022 5:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ আগিয়াৰ ৰামপুৰত অনুষ্ঠিত হৈ যায় ‘আণ্ডাৰ দ্য চাল ট্ৰি ‘ নাট মহোৎসৱৰ প্ৰথম দিনাৰ নাট প্ৰদৰ্শন আৰু উদ্বোধনী কাৰ্যসূচী। বাদুংদুপ্পাৰ পৰিচালন সঞ্চালক মদন ৰাভাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকে তামিলনাডুৰ স্বনামধন্য নাট্য ব্যক্তিত্ব ড° আৰ কালীস্বৰণ। লোক সংস্কৃতিৰ গৱেষক, প্ৰসাৰক ড° কালীস্বৰণে তেওঁৰ ভাষণত লোকায়তৰ শিপা সম্পৰ্কে কয়।

প্ৰথম দিনৰ প্ৰথমখন নাটক আছিল বাদুংদুপ্পাৰ নিজা নিবেদন –মদন ৰাভাৰ ৰচনা আৰু ধনঞ্জয় ৰাভাৰ পৰিচালনাৰে“ৰিছি জলংকা” নাটকখনে দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰে।

লগতে পঢ়ক: UGC New Rule: ইউজিচিৰ নতুন নিয়ম! স্নাতকোত্তৰ অধ্যয়ন অবিহনে পোনপটীয়াকৈ পিএইচডিৰ সুযোগ

Apply Now

প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ সৃষ্টি বাদুংদুপ্পাৰ উদ্দেশ্য এই ভূখণ্ডৰ বাবে নাটকৰ নিজা পৰিভাষা আৰু শৈলী বিনিৰ্মাণ। সেই লক্ষ্যক সৰোগত কৰি ত্ৰয়োদশ বৰ্ষত ভৰি দিয়া ‘আণ্ডাৰ দ্য চাল ট্ৰি’ নাট মহোৎসৱৰ প্ৰথম দিনাৰ দ্বিতীয় দৰ্শনী আছিল কোলহাপুৰ, মহাৰাষ্ট্ৰৰ ‘ Tiny Tales’ ৰ নিবেদন, প্ৰতীক্ষা খাচনিচৰ দ্বাৰা ৰচিত পৰিচালিত – ‘আলোৰ গান’। মাৰাঠী আৰু বাংলা এই দুয়োটা ভাষাৰ নাটকখনেও দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰে।

শালনীৰ মাজত মাটিৰ মঞ্চত  যান্ত্ৰিক শব্দ আৰু পোহৰ অবিহনে কৰা এই নাট মহোৎসৱ ইতিমধ্যে দেশে বিদেশে চৰ্চিত হৈ উঠিছে। এই বৰ্ষত ভাৰত তথা বিদেশৰ বহু নাট্য ব্যক্তিত্ব‌ই অংশ গ্ৰহণ কৰে। সন্ধ্যা অনুষ্ঠিত হোৱা আলোচনা সভাত দুয়োখন নাটকৰ বিষয়ে চৰ্চা হয়।

লগতে পঢ়ক: কুকুৰৰ সৈতে খেলি থাকোঁতে হৃদৰোগত আক্ৰান্ত থাই ৰাজকুমাৰী; অৱস্থা সংকটজনক!

আলোচনা সভাত বিভিন্ন গৱেষকে বাদুংদুপ্পাৰ অভিনৱ নাট্যশৈলীৰ প্ৰসংশা কৰে আৰু কয় যে বাদুংদুপ্পাৰ এই শৈলী ভাৰতবৰ্ষৰ চুকে কোণে বিয়পি পৰিছে। বাদুংদুপ্পাৰ ‘স্পেচ্’ৰ অনুকৰণত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত নাট্য মহোৎসৱ গঢ়ি উঠিছে। লগতে প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ সপোন- বিশ্ব দৰবাৰক অসমৰ এখন চোতাললৈ অনাৰ সপোন ফলৱতী হোৱাৰ দিশে আগবাঢ়ি গৈছে।

কাইলৈ শুকুৰবাৰে বাদুংদুপ্পাৰ মাটিৰ মঞ্চত নিবেদন কৰা হ’ব শ্ৰীল‌ংকাৰ চল্ট থিয়েটাৰ নিবেদন, অনুসূয়া সুবাসিংঘে ৰচিত আৰু পৰিচালিত নাটক- ‘চুইট ৰ’টেন হেৰিটেঞ্চ’। দ্বিতীয় দৰ্শনীত মঞ্চস্থ হ’ব পশ্চিম বংগৰ ‘বিৰাট সমূহ পাৰফৰ্মাচ কালেক্টিভৰ নাটক, তিতাছ দত্তৰ ৰচনা আৰু পৰিচালনাৰে -‘অথঃ হিড়িম্বা কথা’।

লগতে পঢ়ক: বিয়াৰ বাবে হেঁচা প্ৰেমিকাৰ! গুজৰাট ফুৰাবলৈ নি যুৱতীক ৪৯ বাৰ হানি-খুচি হত্যা প্ৰেমিকৰ

সন্ধিয়া বাদুংদুপ্পা চোতালত অন্তৰংগ মঞ্চায়ন হ’ব গুৱাহাটীৰ এনকা ক্ৰিয়েটিভ লাইনৰ অসমীয়া ভাষাৰ নাটক ‘ ইৰেনডিৰাছ মেটাম’ৰফ’চিচ্’। ৰচনা মৃণালজ্যোতি গোস্বামী আৰু নম্ৰতা শৰ্মাৰ।পৰিচালনা মৃণালজ্যোতি গোস্বামীৰ।

বাদুংদুপ্পাই সমূহ দৰ্শক আৰু শুভাকাংখীৰ সহযোগিতা কামনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

June 20, 2026 11:05 am
কৰ্ণাটকত বুমেৰাং হ’ল অপাৰেচন ‘লোটাছ’; মাষ্টাৰমাইণ্ড শিৱকুমাৰ, নিজৰ অস্ত্ৰতে ধৰাশায়ী বিজেপি

কৰ্ণাটকত বুমেৰাং হ’ল অপাৰেচন ‘লোটাছ’; মাষ্টাৰমাইণ্ড শিৱকুমাৰ, নিজৰ অস্ত্ৰতে ধৰাশায়ী বিজেপি

June 20, 2026 10:55 am
চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

June 20, 2026 10:18 am
বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

June 20, 2026 9:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

June 20, 2026 11:05 am
কৰ্ণাটকত বুমেৰাং হ’ল অপাৰেচন ‘লোটাছ’; মাষ্টাৰমাইণ্ড শিৱকুমাৰ, নিজৰ অস্ত্ৰতে ধৰাশায়ী বিজেপি

কৰ্ণাটকত বুমেৰাং হ’ল অপাৰেচন ‘লোটাছ’; মাষ্টাৰমাইণ্ড শিৱকুমাৰ, নিজৰ অস্ত্ৰতে ধৰাশায়ী বিজেপি

June 20, 2026 10:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd