• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ড° হিমন্ত বিশ্ব শৰ্মাই ৪৫ দিনৰ ভিতৰত সমাধান কৰিম বুলি কোৱা শিক্ষকৰ সমস্যা ৯ মাহতো নহ’ল সমাধান

অবিভক্ত শিৱসাগৰ জিলা বেতন বঞ্চিত প্ৰাথমিক শিক্ষকে সংবাদমেলত উজাৰিলে ক্ষোভ 

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
October 9, 2021 3:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অবিভক্ত শিৱসাগৰ জিলা বেতন বঞ্চিত প্ৰাথমিক শিক্ষকে আজি সংবাদমেলত উজাৰিলে ক্ষোভ ।

শিৱসাগৰ প্ৰেছ ক্লাব প্ৰেক্ষাগৃহত শনিবাৰে এক সংবাদমেল সম্বোধন কৰি ভুক্তভোগী প্ৰাথমিক শিক্ষক সকলে একাংশ শিক্ষকে বুনিয়াদী প্ৰশিক্ষণ সম্পূৰ্ণ কৰিও টিউটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিব লগা হোৱাৰ পৰিৱৰ্তে আন একাংশ শিক্ষকে বুনিয়াদী প্ৰশিক্ষণ সম্পূৰ্ণ নকৰাকৈয়ে কিদৰে শিক্ষক পদত নিযুক্তি লাভ কৰি দৰমহা লাভ কৰি আছে তাৰ এক উচিত তদন্তৰ দাবী উত্থাপন কৰে।

Apply Now

অবিভক্ত শিৱসাগৰ জিলাৰ ৫৪ গৰাকী বুনিয়াদী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকে শিক্ষকৰ পৰিৱৰ্তে টিউটৰ হিচাপে নিযুক্তি পত্ৰ লাভ কৰাৰ বাবে আজিও দৰমহা লাভৰ পৰা বঞ্চিত হৈ থকা লগতে চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত ৰৈ যোৱা আসোঁৱাহৰ বাবে জিলাখনৰ ৪৪ গৰাকী যোগ্যতা সম্পন্ন শিক্ষক নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ থকা ঘটনাক লৈ ক্ষোভ সংবাদমেলত প্ৰকাশ কৰে ।

উল্লেখ্য যে, চলিত বৰ্ষৰ ৯ ফেব্ৰুৱাৰীতে নিযুক্তি প্ৰক্ৰিয়াত ৰৈ যোৱা আসোঁৱাহ সমূহ শিৱসাগৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ যোগেদি তথ্য সহকাৰে প্ৰতিবেদন প্ৰস্তুত কৰি শিক্ষা সঞ্চালকলৈ প্ৰেৰণ কৰিছিল ।

ইয়াৰোপৰি ৩০ জানুৱাৰীত গুৱাহাটীৰ খানাপাৰাৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত তেতিয়াৰ শিক্ষা মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৪৫ দিনৰ ভিতৰত এনে বিসংগতি সমূহ নিষ্পত্তিৰ ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজি ৯ মাহে সমস্যাৰ সমাধান নহ’ল।

ক্ষোভিত প্ৰাথমিক শিক্ষক সকলে সংবাদ মেলযোগে অতিশীঘ্ৰেই অবিভক্ত শিৱসাগৰ জিলাৰ ৫৪ গৰাকী বুনিয়াদী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকক টিউটৰৰ পৰিৱৰ্তে শিক্ষক হিচাপে নিযুক্তি দিয়াৰ লগতে নিযুক্তিৰ পৰা বাদ পৰি ৰোৱা ৪৪ গৰাকী যোগ্যতা সম্পন্ন শিক্ষকক অনতিপলমে নিযুক্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ।

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd