• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আজি প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন : ‘ৰষ্ট্ৰীয় নিবনুৱা দিৱস’ৰূপে পালন দেশৰ যুৱ প্ৰজন্মৰ, টুইটাৰত বৈছে প্ৰতিবাদৰ ছুনামি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2020 12:48 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ অৰ্থনীতি তৈথৱচ। জিডিপি গ’ল মাইনাছলৈ। দেশত ভংগ হৈছে সৰ্বকালৰ নিবনুৱা সংখ্যাৰ অভিলেখ। ইয়াৰ পিছতো কেৱল প্ৰতিশ্ৰুতিৰ খৰস্ৰোতা বন্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

সেয়ে দেশৰ নিবনুৱাসকলে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্ম দিনটোক পালন কৰিছে ৰাষ্ট্ৰীয় নিবনুৱা দিৱস হিচাপে।

Apply Now

ইতিমধ্যে দেশৰ নিবনুৱা যুৱক-যুৱতীসকলে প্ৰধানমন্ত্ৰী মোদীৰ জন্ম দিনটোক ৰাষ্ট্ৰীয় নিবনুৱা দিৱস হিচাপে পালন কৰি চ’ছিয়েল মিডিয়াত ব্যাপকৰূপত প্ৰতিবাদ সাৱ্যস্ত কৰিছে।

#NationalUnemploymentDay, #राष्ट्रीय_बेरोजगार_दिवस বুলি হেজষ্টেকেৰে প’ষ্ট কৰি নিবনুৱাসকলে অভিযান আৰম্ভ কৰিছে টুইটাৰত।

#NationalUnemploymentDay

This youth movement is creating history and it has proved that you can manage headlines through Godi Media but you can’t always fool people.#राष्ट्रीय_बेरोजगार_दिवस #NationalUnemploymentDay pic.twitter.com/jEnwEJ1Hvx

— Rakesh Yadav (@Careerwill1) September 17, 2020

এই প্ৰতিবেদন প্ৰস্তুত কৰি থকা পৰ্যন্ত টুইটাৰত ৰাষ্ট্ৰীয় নিবনুৱা দিৱসৰ #NationalUnemploymentDayৰে ২.২৭ মিলিয়ন অৰ্থাৎ ২৭ লাখৰো অধিক প’ষ্ট আৰু #राष्ट्रीय_बेरोजगार_दिवसৰে ১.৫৪ মিলিয়ন অৰ্থাৎ প্ৰায় ১৫ লাখ টুইটৰে আজি টুইটাৰ ট্ৰেণ্ডিঙত আছে ৰাষ্ট্ৰীয় নিবনুৱা দিৱস-এ।

উল্লেখ্য যে বিগত মাহৰ প্ৰধানমন্ত্ৰী মোদীৰ ‘মন কী বাত’ৰ পৰাই দেশৰ যুৱপ্ৰজন্মই চ’ছিয়েল নেটৱৰ্কিং চাইটত অভিনৱভাৱে প্ৰধানমন্ত্ৰী মোদীক বিৰোধ তথা প্ৰতিবাদ সাৱ্যস্ত কৰিবলৈ আৰম্ভ কৰে।

আগষ্ট মাহৰ প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ৰ ইউ টিউব ভিডিঅ’টোত কেবা মিলিয়নো ডিছলাইক পৰাৰ পিছৰে প্ৰধানমন্ত্ৰী মোদীক চ’ছিয়েল নেটৱৰ্কিং চাইটত দেশৰ যুৱ প্ৰজন্মই এইদৰে লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে।

অৱশ্যে প্ৰধানমন্ত্ৰী মোদীৰ জন্ম দিনটোক ৰাষ্ট্ৰীয় নিবনুৱা দিৱস হিচাপে পালন কৰাৰ এই কাৰ্যসূচী যুৱ কংগ্ৰেছে আৰম্ভ কৰিছিল টুইটাৰত।

কিন্তু ই এতিয়া কেৱল যুৱ কংগ্ৰেছীৰ মাজতে সীমাৱদ্ধ হৈ থকা নাই, দল মত নিৰ্বিশেষে দেশৰ সকলো সচেতন যুৱ-যুৱতীৰ মাজলৈ ই এক প্ৰতিবাদৰ ভাষাৰূপে সম্প্ৰসাৰিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

এআইৰ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি: ন্যায়িক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীলতাক বিপদজনক আখ্যা

July 2, 2026 4:40 pm
‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

July 2, 2026 4:10 pm
ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026 3:56 pm
আমেৰিকান ফুটবলাৰে ৰেড কাৰ্ড পোৱাৰ বাবে সমৰ্থকে পালে ১০ কোটি টকাৰ ফ্ৰী পিজ্জা! জানি আচৰিত হ’ব কোম্পানীৰ এই অনন্য সিদ্ধান্তৰ কথা

আমেৰিকান ফুটবলাৰে ৰেড কাৰ্ড পোৱাৰ বাবে সমৰ্থকে পালে ১০ কোটি টকাৰ ফ্ৰী পিজ্জা! জানি আচৰিত হ’ব কোম্পানীৰ এই অনন্য সিদ্ধান্তৰ কথা

July 2, 2026 3:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

এআইৰ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি: ন্যায়িক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীলতাক বিপদজনক আখ্যা

July 2, 2026 4:40 pm
‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

July 2, 2026 4:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd