• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অ’জন স্তৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ আৰ্থ প্ৰোগ্ৰেমে শীঘ্ৰেই মুকলি কৰিব মোবাইল গেইম

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 23, 2021 9:48 am

1 min read

অ’জন স্তৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ আৰ্থ প্ৰোগ্ৰেমে শীঘ্ৰেই মুকলি কৰিব মোবাইল গেইম
140
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰসংঘৰ আৰ্থ প্ৰোগ্ৰেমে (য়ু এন ই পি) জনসাধাৰণৰ মাজত অ’জন স্তৰৰ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে শীঘ্ৰেই এটা মোবাইল গেইম মুকলি কৰিব।

‘ৰিছেট আৰ্থ’ নামৰ মোবাইল গেইমটোৰ সহায়ত খেলুৱৈ সকলে পৃথিৱীৰ উপৰি ভাগৰ বায়ু মণ্ডলত থকা অ’জন স্তৰক বচাব লাগিব।

মোবাইল গেইমটোত এগৰাকী ব্যৱহাৰকাৰীয়ে তিনিগৰাকী কিশোৰ হিচাপে ভাগ ল’ব পাৰিব যিয়ে ২০৮৪ চনৰ পৰা সময়ৰ বিপৰীতে ভ্ৰমণ কৰিব লাগিব আৰু ১৯৮৭ চনত অ’জন স্তৰ সংৰক্ষণৰ ক্ষেত্ৰত সম্পাদিত হোৱা চুক্তি সন্দৰ্ভত কাম কৰিব লাগিব।

এই মোবাইল গেইমটোত বিশ্বত ভাইৰাছৰ বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰতো খেলুৱৈ সকলে কাম কৰিব লাগিব।

উল্লেখযোগ্য যে, বিশ্বত ক্ৰমাৎ বৃদ্ধি পোৱা ভাইৰাছৰ বৃদ্ধি আৰু অ’জন স্তৰ পাতল হোৱা সম্পৰ্কত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যৰে ৰাষ্ট্ৰসংঘৰ আৰ্থ প্ৰোগ্ৰামে এই মোবাইল গেইমটো মুকলি কৰিব।

অ’জন স্তৰৰ ক্ষতিসাধনৰ ফলত অতি বেঙুনীয়া ৰশ্মিৰ পৃথিৱীৰ ভূ-ভাগলৈ গমনে ভবিষ্যত প্ৰজন্মক কেনেদৰে ক্ষতিসাধন কৰিব পাৰে সেই সম্পৰ্কেই মোবাইল গেইমটোত দেখুওৱা হ’ব বুলি জনিব পৰা গৈছে।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd