• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওদালগুৰিত ৰাষ্ট্ৰীয় পতাকাৰ বিপৰীতে দুৰ্বৃত্তই উৰুৱালে ক’লা পতাকা

NE NOW NEWS চাজিদ খান
ওদালগুৰি , August 16, 2018 8:10 am

1 min read

UDALGURI-BLACK-FLAG-

ফটো : নৰ্থ-ইষ্ট নাও

104
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি চহৰৰ পৰা প্ৰায় ২০ কি.মি উত্তৰ-পশ্চিম দিশৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত আমজুলিৰ মধ্য ইংৰাজী বিদ্যালয়ত স্বাধীনতা দিৱসৰ বিৰোধিতাৰে বুধবাৰে কোনো দুৰ্বৃত্ত‌ই ক’লা পতাকা উৰুৱাক কেন্দ্ৰ কৰি অঞ্চলটোত এক চেপা উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়।

উল্লেখ্য যে কালি ৭২ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে পতাকা উত্তোলন কৰিবলৈ আহি বিদ্যালয়ত উৰি থকা দেখে ক’লা পতাকা। লগে লগে স্কুল কৰ্তৃপক্ষই ক’লা পতাকাখন আঁতৰাই পেলায়।

ইয়াৰ পাছত ঘটনাস্থলীত ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অভিজিৎ গৌতমৰ নেতৃত্বত হৰিশিঙা আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পতাকাখন জব্দ কৰে।

ঘটনা সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীৰ পৰা সবিশেষ জানিব বিচৰাত সংবাদ মাধ্যমৰ আগত তেওঁ কোনো ধৰণৰ মন্তব্য দিয়া পৰিলক্ষিত নহ’ল।

ভাৰত-ভূটান সীমান্তত অৱস্থিত উক্ত বিদ্যালয়খনত কোনে এনেধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে সেয়া এতিয়াও পোহৰলৈ অহা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিছে।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd