• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইউ এন আই (UNI) কাৰ্যালয়ত সাংবাদিকক দুৰ্ব্যৱহাৰ: সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰাৰ অভিযোগ প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 22, 2026 10:51 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰফী মাৰ্গত অৱস্থিত ভাৰতৰ অন্যতম পুৰণি সংবাদ সংস্থা ‘ইউনাইটেড নিউজ অৱ ইণ্ডিয়া’ৰ (ইউ এন আই) কাৰ্যালয়ত আৰক্ষীয়ে প্ৰৱেশ কৰি সাংবাদিকসকলক বলপূৰ্বকভাৱে কাৰ্যালয়ৰ পৰা উলিয়াই পঠোৱা ঘটনাই সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এখন অপৰাধস্থলীৰ দৰে সংবাদ সংস্থাটোৰ কাৰ্যালয়ত প্ৰৱেশ কৰি কৰ্মৰত সাংবাদিকসকলক বাহিৰ কৰি দিয়া এই কাৰ্যক প্ৰেছ ক্লাব অৱ ইণ্ডিয়াই (PCI) সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত এক বৃহৎ আক্ৰমণ হিচাপে গণ্য কৰিছে।

প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰেম বহুখণ্ডী আৰু উত্তৰাখণ্ড ৰাজ্যিক আন্দোলনকাৰী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি তথা প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী ধীৰেন্দ্ৰ প্ৰতাপে এই কাৰ্যক তীব্ৰ গৰিহণা দিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁলোকে কয় যে সংবাদ সংস্থাটোৰ চৌহদত সাংবাদিকসকলৰ সৈতে আৰক্ষীয়ে যি দুৰ্ব্যৱহাৰ কৰিলে, সেয়া কেৱল অমানৱীয়ই নহয়, বৰঞ্চ ই সাংবাদিকসকলৰ স্বাধীনভাৱে কাম কৰাৰ সাংবিধানিক অধিকাৰৰ প্ৰত্যক্ষ উলংঘন। প্ৰেছ ক্লাব অৱ ইণ্ডিয়াই এই ঘটনাৰ ক্ষিপ্ৰ তদন্ত আৰু দোষীসকলৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Apply Now

ঘটনাস্থলীত উপস্থিত থকা সাংবাদিকসকলৰ ভাষ্য অনুসৰি, আৰক্ষীৰ এটা বিশাল বাহিনীয়ে কাৰ্যালয়ত প্ৰৱেশ কৰি মহিলা সাংবাদিককে ধৰি কেইবাগৰাকীও কৰ্মচাৰীক জোৰকৈ বাহিৰলৈ উলিয়াই দিয়ে। আনকি সাংবাদিকসকলক নিজৰ ব্যক্তিগত সামগ্ৰীসমূহো সংগ্ৰহ কৰিবলৈ সুযোগ দিয়া হোৱা নাছিল। আটাইতকৈ উদ্বেগজনক বিষয়টো হ’ল যে এই অপ্ৰত্যাশিত কাৰ্যৰ পূৰ্বে কাৰ্যালয় খালী কৰাৰ সন্দৰ্ভত সাংবাদিকসকলে কৰ্তৃপক্ষ বা পৰিচালনা সমিতিৰ পৰা কোনো ধৰণৰ আগতীয়া জাননী লাভ কৰা নাছিল।

জানিব পৰা মতে, মাটিৰ বিবাদৰ লগত জড়িত আদালতৰ এক নিৰ্দেশৰ অচিলা লৈ আৰক্ষীয়ে এই উচ্ছেদ অভিযান চলোৱা বুলি দাবী কৰিছে। পিছে কোনো এজন প্ৰভাৱশালী স্থানীয় ব্যৱসায়ীক সন্তুষ্ট কৰাৰ স্বাৰ্থতেই আৰক্ষীয়ে এই সমগ্ৰ কাৰ্য খৰধৰকৈ সম্পন্ন কৰা বুলি একাংশই অভিযোগ উত্থাপন কৰিছে। কৰ্মৰত সাংবাদিকৰ প্ৰতি আৰক্ষীৰ এনে আচৰণক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত নামি অহা এক অশনি সংকেত বুলি বিভিন্ন মহলে মত প্ৰকাশ কৰিছে।

In an unprecedented atrocity and attack on freedom of media in India, the Rafi Marg office of the nation’s oldest news agency, United News of India (UNI), was literally attacked by a police force that would put an anti-terror operation to shame. Employees were not given time to… pic.twitter.com/O1H18imaPs

— The Statesman (@TheStatesmanLtd) March 20, 2026
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd