• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

য়ুনিচেফৰ চাঞ্চল্যকৰ প্ৰতিবেদন; ভাৰতত প্ৰতিবছৰে পুষ্টিহীনতাৰ চিকাৰ হয় ৬৯ শতাংশ শিশু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 19, 2019 2:44 pm

2 min read

representing image

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

6.6k
VIEWS
Share on FacebookShare on Twitter

ভাৰতত প্ৰতিবছৰে অপুষ্টিৰ কাৰণে ৬৯ শতাংশ শিশুৰ (পাঁচ বছৰ বয়সৰ তলৰ) মৃত্যু হয়। য়ুনিচেফৰ এক প্ৰতিবদেনত এই ভয়ংকৰ তথ্য প্ৰকাশ পাইছে।

‘দ্যা টেষ্ট অব দ্যা ৱৰ্ল্ড চিলড্ৰেন,২০১৯’ শীৰ্ষক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পোৱাৰ লগতে দেশৰ মাত্ৰ ২১ শতাংশ শিশুৰ খাদ্য তালিকাতহে প্ৰয়োজনীয় সুষম আহাৰ সঠিক মাত্ৰাত থাকে বুলি প্ৰকাশ পায়।

প্ৰয়োজনীয় পুষ্টিৰ অভাৱত শিশুসকলে নানান জটিল ৰোগত ভোগে ইয়াৰ ভিতৰত ‘প্ৰোজেৰিয়া’ নামৰ ৰোগবিধো অন্তৰ্ভূক্ত হৈ আছে।

তদুপৰি, অত্যাধিক মানসিক চাপ, কিডনিৰ জটিল ৰোগ, মধুমেহ ৰোগ আদিতো শিশু সকল ভোগা দেখা যায়।

এইক্ষেত্ৰত ভাৰতীয় মহিলাৰ ছবিখন আৰু অধিক বেয়া। য়ুনিচেফৰ প্ৰতিবেদনত ভাৰতৰ প্ৰতি দুগৰাকী মহিলাৰ ভিতৰত এগৰাকী মহিলাই ৰক্তহীনতাত ভোগ তথ্য প্ৰকাশ পাইছে।

প্ৰতিবেদন মতে, পাঁচ বছৰতকৈ কম বয়সৰ শিশুসকলৰ প্ৰতি পাঁচজনৰ ভিতৰত এজনৰ শৰীৰত ভিটামিন-এৰ অভাৱ দেখা পোৱা যায়।

প্ৰতি তিনিজন শিশুৰ ভিতৰত এজনৰ শৰীৰত ভিটামিন বি-১২ আৰু প্ৰতি পাঁচজন শিশুৰ ভিতৰত দুজনে ৰক্তহীনতাত ভোগা দেখা যায়।

অতিমাত্ৰা পুষ্টিহীনতাৰ অভাৱত ৰিকেট, বেৰীবেৰী, স্কাৰ্ভি, কুকুৰীকনা আদি ৰোগত শিশুসকল ভোগা দেখা যাই বুলি প্ৰতিবেদনখনত প্ৰকাশ কৰা হৈছে।

বিশ্লেষকে শিশুসকলে প্ৰয়োজনীয় মাতৃ দুগ্ধৰ পৰা বঞ্চিত হোৱাৰ উপৰিও সঠিক মাত্ৰাৰ সুষম আহাৰৰ অভাৱত ভোগাৰ বাবেই পুষ্টিহীনতাত চিকাৰ হয় বুলি মত প্ৰকাশ কৰিছে।

আনহাতে, দৰিদ্ৰতা, উপযুক্ত শিক্ষা আৰু স্বাস্থ্য সংক্ৰান্তীয় সচেতনতাৰ অভাৱকে ইয়াৰ বাবে জগৰীয়া কৰে।

Recent News

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd