• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মামিত জিলা নিৰ্বাচনী কাৰ্যালয়ৰ পৰা ব্ৰুসকলৰ সংশোধনী প্ৰপত্ৰৰ ৰোল চুৰি : বিশেষ অনুসন্ধানকাৰী দল গঠন

ছাংজুৱালা মাৰ by ছাংজুৱালা মাৰ
August 27, 2018 5:04 pm
india-bru-tribal-refugees-jun-2014-shutterstock-editorial-7959238c

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মামিতৰ মহকুমা আৰক্ষী বিষয়া জেকব লাইচ্চোৱে সদৰি কৰিছে যে মামিত জিলা নিৰ্বাচনী কাৰ্যালয়ৰ পৰা ব্ৰুসকলৰ সংশোধনী প্ৰপত্ৰৰ ৰোল চুৰি হৈ যোৱাৰ বাতৰি পোৱা গৈছে।

যোৱা সপ্তাহত এই চুৰিৰ ঘটনাটো সংঘটিত হৈছে বুলি এটা আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে। জানিব পৰা মতে চুৰি হৈ যোৱা প্ৰপত্ৰসমূহ ৬,৭ আৰু ৮ নং ৰোলসমূহৰ অন্তৰ্গত আছিল আৰু কিমান কেইখন প্ৰপত্ৰ চুৰি হৈছে সেই সম্পৰ্কে আৰক্ষী নিশ্চিত ব’ব পৰা নাই।

Apply Now

আৰক্ষী সূত্ৰই জনোৱা মতে ব্ৰুসকলৰ নিৰ্বাচনী ৰোলসমূহ ত্ৰিপুৰাৰ ট্ৰেনজিট কেম্পত ৰখা হৈছিল তাৰ পাছত সেই প্ৰপত্ৰসমূহ ২০ আগষ্টৰ প্ৰায় ১১-০০ মান বজাত মামিত জিলা নিৰ্বাচনী কাৰ্যালয়লৈ লৈ যোৱা হৈছিল। বৃহস্পতিবাৰে নিশা কোনো অচিনাক্ত লুটপাতকাৰীয়ে গ্ৰাউণ্ড ফ্ল’ৰৰ খিৰিকিৰ শলখা ভাঙি প্ৰৱেশ কৰি প্ৰপত্ৰসমূহ লৈ যায়।

আমিত জিলাৰ আৰক্ষী অধীক্ষক থাংজুৱালাই কৈছে যে আগষ্টৰ ২৫ তাৰিখে মহকুমা আৰক্ষী বিষয়া জেকব লাইচ্চোৰ নেতৃত্বত এটা ৪জনীয়া বিশেষ অনুসন্ধানকাৰী দল (SIT) গঠন কৰা হৈছে।

‘‘মই মাত্ৰ কব পাৰোঁ যে বৰ্তমান অনুন্ধান চলি আছে। নিৰ্বাচনী কাৰ্যালয় লুট কৰা হৈছে আৰু দোষীক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে চেষ্টা কৰি আছে।’’ মিজোৰামৰ যুটীয়া মুখ্য কাৰ্যবাহী বিষয়া ঝোৰামুৱানাই কয়।

বিশেষ অনুসন্ধানকাৰী দলৰ মুৰব্বী জেকব লাইচ্চোৱে কৈছে যে কাৰআলয়টোত কোনো চিচিটিভি নাছিল আৰু নিৰাপত্তাৰক্ষীসকলে ইলেক্ট্ৰনিক ভোটি মেছিন থকা বিল্ডিংটোত পহৰা দি আছিল।

লাইচ্চোৱে জনাইছে যে নিৰাপত্তাৰক্ষীসকলৰ দৃষ্টিয়ে ঢুকি নোপোৱা ঠাইৰ পৰা লুটপাতকাৰীসকলে প্ৰৱেশৰ সুবিধা কৰি লৈ নিৰাপদে নিৰ্বাচনী ই-ৰোল সংশোধনী প্ৰপত্ৰসমূহ লৈ উধাও হৈ গৈছিল।

তেওঁ আৰু কৈছে যে যিহেতু ব্ৰুসকলৰ প্ৰত্যাৰ্পণ প্ৰক্ৰিয়া চলি আছে সেয়েহে বিষয়টো যথেষ্ট সংবেদনশীল হৈ আছে।কাৰোবাক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে বিশেষ অনুসন্ধানকাৰী দলটোৱে প্ৰয়োজনীয় সাক্ষ্য সংগ্ৰহ কৰিব বুলি তেওঁ জনাইছে।

বিশেষ অনুসন্ধানকাৰী দলটোৱে ঘটনাটো সন্দৰ্ভত ১১গৰাকী নিৰ্বাচনী কাৰ্যালয়ৰ কৰ্মচাৰীৰ লগতে মামিত ৱাইএমএ কাৰ্যালয়ৰ বেয়াৰাৰ সাক্ষাৎ গ্ৰহণ কৰাৰ লগতে পৰীক্ষা সম্পন্ন কৰিছে।

মামিতৰ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে জনাইছে যে মিজো আৰু ব্ৰুসকলৰ মাজত দীৰ্ঘদিন ধৰি এটা তিক্ত ইতিহাস থকা হেতুকে ঘটনাটো অতি সংবেদনশীলভাৱে গ্ৰহণ কৰা হৈছে আৰু আজি পৰ্যন্ত কাৰো গ্ৰেপ্তাৰ কৰা হোৱা নাই।

ছাংজুৱালা মাৰ

ছাংজুৱালা মাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd