• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ চাহ উদ্যোগক অধিক শক্তিশালী কৰিবলৈ আগবাঢ়ি আহিছে ৰাষ্ট্ৰসংঘৰ উদ্যোগিক বিকাশ সংস্থা

যোৰহাট-গোলাঘাটৰ ক্ষুদ্ৰ উদ্যোগ সামৰি গঠন কৰিব গোট

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
December 14, 2018 1:54 pm
assam-tea-gardens
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ চাহ উদ্যোগকলৈ বিভিন্ন আঁচনি আৰু পদক্ষেপলৈ থকাৰ সময়তে এইবাৰ উক্ত উদ্যোগক শক্তিশালী আৰু প্ৰতিযোগিতামূলক কৰাৰ বাবে আগবাঢ়ি আহিছে ৰাষ্ট্ৰসংঘৰ উদ্যোগিক বিকাশ সংস্থা। এই সন্দৰ্ভত অলপতে গোলাঘাট নগৰৰ বেঙেনাখোৱাস্থিত নৰ্থ ইষ্টাৰ্ন টী এছ’চিয়েশ্যনৰ কাৰ্যালয়ত এক কৰ্মশালা সম্পন্ন হৈ যায়।

যোৱা ৪ ডিচেম্বৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ ঔদ্যোগিক বিকাশ সংস্থাৰ কৰ্মশালাখনত  উক্ত আঁচনিৰ বিষয়ে আলোচনা কৰা হয়। জানিব পৰা মতে ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অৱ মাইক্ৰ, স্মল এণ্ড মেডিয়াম এণ্টাৰপ্ৰাইছেছে ৰাষ্ট্ৰসংঘৰ উদ্যোগিক বিকাশ সংস্থাৰ সহযোগত উক্ত পদক্ষেপ লৈছে। এইক্ষেত্ৰত আৰ্থিক সহায় আগবঢ়াব গ্লোবেল এনভাইৰ’মেণ্ট ফেচিলিটিয়ে আৰু ইয়াৰ বাবে প্ৰকল্পটোক “Promoting Market Transformation for Energy Efficiency in Micro, Small and Medium Energy Efficiency Services Limited ” হিচাবে নামাকৰণ কৰিছে।

Apply Now

উক্ত প্ৰকল্পক কাৰ্যকৰী কৰিব ভাৰত চৰকাৰৰ শক্তি বিভাগৰ অন্তৰ্গত এনাৰ্জি এফিচিএণ্ট ছাৰ্ভিচেজ লিমিটেড নামৰ এক অনুষ্ঠানে। উক্ত প্ৰকল্পৰ সফল ৰূপায়নৰ বাবে যোৰহাট, গোলাঘাট, শিৱসাগৰ,  ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত থকা ক্ষুদ্ৰ, সৰু আৰু মধ্যমীয়া চাহ উদ্যোগসমূহক সামৰি “যোৰহাট টী ক্লাষ্টাৰ” গঠন কৰিব বুলিও জানিবলৈ দিছে। নৰ্থ ইষ্টাৰ্ন টী এছ’চিয়েশ্যনলৈ সমৰ্থন আগবঢ়োৱা উক্ত প্ৰকল্প সম্পৰ্কত অনুষ্ঠিত কৰ্মশালাত আৰম্ভণিতে ‘নেতা’ৰ অধ্যক্ষ নেপুল শইকীয়াই আদৰণি ভাষণ আৰু উদ্দেশ্য ব্যাখ্যা কৰে।

অনুষ্ঠানত ৰাষ্ট্ৰ সংঘৰ উদ্যোগিক বিকাশ সংস্থাৰ তৰফৰ পৰা প্ৰকল্প সমন্বয় ক দেৱজিত দাস, ডি ই এছ এলৰ অৰিন্দম মুখাৰ্জী,  ই ই এছ এলৰ জ্যেষ্ঠ কাৰিকৰী বিশেষজ্ঞ মৃণাল সৌৰভ ভাস্কৰ আদিয়ে বিশদ ব্যাখ্যা কৰে। কৰ্মশালাৰ সামৰণিত ‘নেতা’ৰ উপাধ্যক্ষ সুনীল জালানে বক্তব্য প্ৰদান কৰে।

ঋতুপল্লব শইকীয়া

ঋতুপল্লব শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd