DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘একপক্ষীয় সিদ্ধান্ত ল’লে পৰিণাম ভয়ংকৰ হ’ব’ : ভাৰতক সকীয়নি চীনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 18, 2020 10:05 am
India-China-Clash-696x464

প্ৰতিনিধিত্বমূলক ফ'টো, উৎস- ইন্টাৰনেট

4.2k
VIEWS
Share on FacebookShare on Twitter

লাডাখৰ নিয়ন্ত্ৰণ ৰেখাৰ বিবাদ তথা সংঘাত নিৰসনৰ বাবে ভাৰত আৰু চীনৰ সেনা বাহিনীৰ বৈঠক অব্যাহত থাকোতেই হঠাতে চীনা সৈন্যৰ আক্ৰমণত ২০ জনকৈ ভাৰতীয় সৈন্যই মৃত্যু বৰণ কৰে।

এই ৰক্তক্ষয়ী সংঘৰ্ষৰ বাবে চীনে ভাৰতকহে জগৰীয়া কৰিছে।

ভাৰতেও এই ৰক্তক্ষয়ী সংঘৰ্ষৰ বাবে চীনৰ আচৰণ প্ৰৰোচনামূলক বুলি অভিযোগ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনক সতৰ্ক কৰি দিছে যে ‘প্ৰৰোচনামূলক আচৰণ কৰিলে ভাৰতে যথোচিত প্ৰত্যুত্তৰ দিবলৈ সাজু আছে’।

আনহাতে উক্ত ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছতে চীনৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিৰ যোগেদি ভাৰতকো সকীয়নি প্ৰদান কৰিছে।

“ভাৰতীয় সৈন্য বাহিনীয়ে সীমান্ত পাৰ হৈ চীনা সৈন্যৰ ওপৰত প্ৰৰোচনামূলকভাৱে আক্ৰমণ চলাইছিল।” এইদৰে কোৱা হৈছে চীনা বৈদেশিক মন্ত্ৰালয়ৰ বিবৃতিটোত।

বিবৃতিটোত আৰু কোৱা হৈছে, “ভাৰতীয় সেনাৰ এই পদক্ষেপক চীনে তীব্ৰ প্ৰতিবাদ কৰিছে।”

একপক্ষীয় সিদ্ধান্ত ল’লে ইয়াৰ পৰিণাম ভয়াৱহ হ’ব বুলিও বেইজিঙে ভাৰতক সকীয়নি দিছে।

চীনৰ চৰকাৰী সংবাদ পত্ৰ গ্লোবেল টাইমছএ ভাৰতক জগৰীয়া কৰি লিখিছে “সোমবাৰৰ গালৱান উপত্যকাৰ চীন আৰু ভাৰতৰ সেনাৰ মাজত সংঘৰ্ষ হয়। ভাৰতীয় সেনাই সীমান্তত বেআইনী কাৰ্যকলাপ কৰি চীনৰ সেনাৰ ওপৰত প্ৰৰোচনামূলক আক্ৰমণ কৰে।”

ইপিনে ভাৰতীয় বৈদেশিক মন্ত্ৰী সুব্ৰমণিয়ম জয়শংকৰে চীনৰ বৈদেশিক মন্ত্ৰী ওৱাংক টেলিফোনিক বাৰ্তালাপত স্পষ্টভাৱে কয়, “সোমবাৰে ৰাতি গালৱান উপত্যকাত চীনা সৈন্যই ভাৰতীয় সেনাৰ ওপৰত পৰিকল্পিতভাৱে আক্ৰমণ কৰিছে। ইয়াৰ ফলত ২০ জন ভাৰতীয় সেনাৰ মৃত্যু হৈছে। ইয়ে আমাৰ দ্বিপাক্ষিক সম্পৰ্কত গুৰুতৰ প্ৰভাৱ পেলাব।”

Recent News

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd