• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

NEET ত কিছু অনিয়ম সংঘটিত হৈছিল, ইয়াত জড়িত কাকো ৰেহাই দিয়া নহ’ব- শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 17, 2024 8:47 am
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। ফাইল ফটো।

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

NEET পৰীক্ষাৰ ফলাফলক লৈ দেশৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। সকলো ৰাজ্যতে ব্যাপক প্ৰতিবাদ হৈছে। ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকৰ মাজতো ক্ষোভৰ সৃষ্টি হৈছে। NEET প্ৰশ্নকাককত হেৰফেৰ আৰু লিক হোৱাৰ অভিযোগ উত্থাপন হৈছে। বহু ৰাজ্যত বিষয়টো আদালতত উপনীত হোৱাৰ বিপৰীতে উচ্চতম ন্যায়ালয়তো আবেদন দাখিল কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে অহৰহ পুনৰ পৰীক্ষাৰ দাবী তুলিছে।

ইফালে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকক সাক্ষাৎ কৰে। ইয়াৰ পিছত তেওঁৰ বক্তব্য প্ৰকাশ পাইছে। য’ত তেওঁ স্বীকাৰ কৰিছে যে NEET পৰীক্ষাৰ ফলাফলত কিছু অনিয়ম ঘটিছে। ইয়াৰ লগত জড়িত কোনো বিষয়াক কোনো মূল্যৰ বিনিময়ত ৰেহাই দিয়া নহ’ব আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয়।

শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে দুটা স্থানত কিছু অনিয়ম পোহৰলৈ আহিছে। এনে পৰিস্থিতিত তেওঁ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক আশ্বাস দিয়ে যে চৰকাৰে এই বিষয়টো গুৰুত্বসহকাৰে লৈছে। এন টি এৰ জ্যেষ্ঠ বিষয়াক দোষী সাব্যস্ত হ’লেও তেওঁলোকক ৰেহাই দিয়া নহ’ব আৰু দোষীক কঠোৰতম শাস্তি দিয়া হ’ব বুলিও তেওঁ কয়।

Apply Now

ইয়াৰ লগতে তেওঁ লগতে কয় যে এন টি এৰ বহু উন্নতিৰ প্ৰয়োজন আছে। কিছু সময় কম পোৱাৰ বাবেই একাংশ ছাত্ৰ-ছাত্ৰীক গ্ৰেচ মাৰ্ক দিয়া হৈছিল। উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ মতে ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীৰ পুনৰ পৰীক্ষাৰ নিৰ্দেশ দিয়া হৈছে।

ইয়াৰ সমান্তৰালকৈ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ছাত্ৰ-ছাত্ৰীক ন্যায় প্ৰদানৰ আশ্বাস দিছে। তেওঁ কয় যে কোনো শিক্ষাৰ্থীৰ লগত অন্যায় হ’বলৈ দিয়া নহ’ব আৰু তেওঁলোকৰ ভৱিষ্যতৰ সৈতে খেলা নহ’ব। তেওঁ স্পষ্টকৈ কয় যে যিকোনো মূল্যৰ বিনিময়ত অনিয়ম সহ্য কৰা নহ’ব।

একে সময়তে বিহাৰৰ পাটনা-নালন্দা আৰু গুজৰাটৰ গোধৰাত NEET প্ৰশ্নকাকত ফাদিলৰ সন্দেহত বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে বিহাৰত ধৰা পৰা বহু অভিযুক্তই জেৰাৰ সময়ত এজেন্সীৰ বিষয়াৰ সৈতে প্ৰশ্নকাকত ফাদিল আৰু সম্পৰ্ক মানি লৈছে। এতিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও স্বীকাৰ কৰিলে যে পৰীক্ষাত অনিয়ম ঘটিছিল। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd