• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিদ-১৯-ৰ বিৰুদ্ধে যুদ্ধত আই আই টি গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱনক ৰমেশ পোখৰিয়ালৰ প্ৰশংসা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 17, 2020 8:48 pm

1 min read

কোভিদ-১৯-ৰ বিৰুদ্ধে যুদ্ধত আই আই টি গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱনক ৰমেশ পোখৰিয়ালৰ প্ৰশংসা
6.5k
VIEWS
Share on FacebookShare on Twitter

কোভিদ-১৯-ৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত আই আই টি গুৱাহাটীৰ গৱেষক সকলে কৰা নতুন নতুন উদ্ভাৱনক প্ৰশংসা কৰিছে কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী ৰমেশ পোখৰিয়ালে।

নিজৰ টুইটাৰ হেণ্ডলত আই আই টি গুৱাহাটীত চলি থকা ক’ৰ’না প্ৰতিৰোধী গৱেষণা সম্বন্ধীয় এটা ভিডিঅ’ আপলোড কৰি পোখৰিয়ালে সকলোকে চাবলৈ অনুৰোধ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আই আই টি গুৱাহাটীৰ সঞ্চালক ড০ টি জি শিতাৰামকো প্ৰতিভাশালী দল এটাক নেতৃত্ব কৰা বাবে প্ৰশংসা কৰে।

.@IITGuwahati is with #India in its #fightagainstcorona!
Take a look at the video to know about their various ongoing projects & researches.
I admire the talented team headed by Prof. Dr. T. G. Sitharam, Director – IIT Guwahati.
Great job! pic.twitter.com/PL8y1GG5kN

— Dr Ramesh Pokhriyal Nishank (@DrRPNishank) April 16, 2020

উল্লেখযোগ্য যে, আই আই টি গুৱাহাটীৰ গৱেষক সকলে বৃহৎ অঞ্চল চেনিটাইজ কৰিব পৰা দ্ৰোণ নিৰ্মাণ কৰাৰ লগতে কম মূল্যৰ ফেচ চিল্ড আৰু উচ্চমানদণ্ডৰ মাস্ক প্ৰস্তুত কৰি উলিয়াইছে।

আনহাতে, শিক্ষানুষ্ঠানখনৰ গৱেষক সকলে মানুহৰ সংস্পৰ্শলৈ নহাকৈ জ্বৰ পৰীক্ষা কৰিব পৰা ইনফ্ৰাৰেড যন্ত্ৰও নিৰ্মাণ কৰি আছে।

ইয়াৰ বাহিৰেও আই আই টি গুৱাহাটীৰ গৱেষকৰ দলটোৱে ক’ৰ’না ভাইৰাছৰ আক্ৰান্তৰ চিকিৎসাত চিকিৎসাকৰ্মী সকলে ব্যৱহাৰ কৰা  ৰিবচুইটচ পি অ’ চি টি কিটছ নিৰ্মাণ কৰি আছে।

গৱেষকৰ দলটোৱে প্ৰাথমিক স্বাস্থ্য কৰ্মীসকলৰ সহায়ৰ বাবে ৰোগ প্ৰতিৰোধী মেন্যুৱেলো প্ৰস্তুত কৰি উলিয়াইছে।

তদুপৰি, আই আই টি গুৱাহাটীৰ গৱেষকৰ দলোটোৱে ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত স্থানীয়ভাৱে সহায়ক হোৱাকৈ সুৰক্ষিত ডেলিভাৰী এপো নিৰ্মাণ কৰি উলিয়াইছে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd