• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , January 23, 2021 6:46 am

1 min read

Rameswar Telly

ফটো: নৰ্থইষ্ট নাও।

216
VIEWS
Share on FacebookShare on Twitter

আত্মনিৰ্ভৰশীল ভাৰতৰ নীতিৰে আমি সমগ্ৰ দেশতে ২ লাখ ফুড প্ৰচেচিঙৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিম ৷ ইয়াৰে ১০ শতাংশ উদ্যোগ উত্তৰ পুৰ্বাঞ্চলত স্থাপন হ’ব ৷ জনসংখ্যাৰ ফালৰ পৰা অসমত স্থাপন হ’ব ১২ হেজাৰ ফুড প্ৰচেচিঙৰ ক্ষুদ্ৰ উদ্যোগ ৷

শুকুৰবাৰে সন্ধিয়া বোকাখাতত চলি থকা কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত অংশ গ্ৰহণ কৰি এই দৰে ঘোষণা কৰে কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ মতে দেশত খাদ্য সংসাধনৰ এই ২ লাখ ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে ইতিমধ্যেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১০ হেজাৰ কোটি টকা মুকলি কৰি দিছে ৷

মন্ত্ৰী ৰামেশ্বৰ তেলীৰ মতে ‘’অহা ৫ টা বছৰৰ ভিতৰত আমি দেশত এই উদ্যোগ সমুহ স্থাপন কৰিম ৷ আমি এই আঁচনিৰ নাম ৰাখিছো প্ৰধানমন্ত্ৰী ফৰ্মুলাইজেশ্যন মাইক্ৰ ইউনিট ৷’’

বোকাখাতৰ কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীত উপস্থিত হৈ এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ৷

ইয়াৰ দ্বাৰা অসমৰ নিৱনুৱা যুৱক-যুৱতী সকলে কৰ্ম সংস্থাপন লাভ কৰিব পাৰিব৷ এই উদ্যোগৰ বাবে নিৱনুৱা যুৱক-যুৱতী সকলে ৰাজ সাহায্যও লাভ কৰিব ৷

অহা মাহৰ পৰাই এই আঁচনিৰ কাম আৰম্ভ হ’ব বুলি তেওঁ লগতে জনায় ৷

উত্তৰ পুৰ্বাঞ্চলত এই আঁচনিৰ প্ৰচাৰৰ বাবে ইতিমধ্যেই বিশিষ্ট ক্ৰীড়াবিদ মেৰী কম আৰু হিমা দাসক অনুৰোধ কৰা হৈছে বুলিও শুকুৰবাৰে বোকাখাতত ৰামেশ্বৰ তেলীয়ে জনায় ৷

Recent News

IMG_20210226_131204(1)

গোলাঘাটত ভাৰতবন্ধৰ সৰ্বাত্মক প্ৰভাৱ

b0b53582-1390-4d8f-88bb-9bbf5e7bcf98

দুৰন্ত হিমা! অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান ধিং এক্সপ্ৰেছৰ

WhatsApp Image 2021-02-26 at 12.44.26 PM

ভাৰতীয়সকলৰ বাবে সুখৱৰ! গ্ৰীণ কাৰ্ডক লৈ ট্ৰাম্পৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে জো বিডেনে

কৃষক আন্দোলন : তৃতীয়টো গোচৰত শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰৰ জামিন লাভ

কৃষক আন্দোলন : তৃতীয়টো গোচৰত শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰৰ জামিন লাভ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd