• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গুৱাহাটীত ৫৫ হাজাৰ পিএমএৱাই-জি ঘৰৰ গৃহপ্ৰৱেশৰ ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী  শিৱৰাজ সিং চৌহানে

নৰ্থ্য-ইষ্ট নাও ডেস্ক, গুৱাহাটী by নৰ্থ্য-ইষ্ট নাও ডেস্ক, গুৱাহাটী
May 18, 2025 6:40 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ গ্ৰাম্য উন্নয়নৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাবে  আজি গুৱাহাটীত প্ৰধানমন্ত্ৰী আৱাস যোজনা – গ্ৰামীণ (PMAY-G)ৰ অধীনত ৫৫ হাজাৰ ঘৰৰ ভাৰ্চুৱেল গৃহপ্ৰৱেশ অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে। এই উপলক্ষৰ সৈতে সংগতি ৰাখি  চৌহানে চলিত বিত্তীয় বৰ্ষৰ বাবে পিএমএৱাই-জিৰ অধীনত অসমৰ বাবে আৰু ৩.৭৬ লাখ ঘৰ অনুমোদন জনোৱাৰ কথাও ঘোষণা কৰে।

সভাত ভাষণ দি  চৌহানে গ্ৰাম্য আন্তঃগাঁথনি বৃদ্ধি আৰু সমাজৰ প্ৰান্তীয় সম্প্ৰদায়ৰ জীৱনৰ মান উন্নত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ বিষয়ত  আলোকপাত কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা – গ্ৰামীণ (PMAY-G)ৰ অধীনত ২০ লাখ ঘৰ সম্পূৰ্ণ কৰি অসমে উল্লেখযোগ্য সাফল্ লাভ কৰাৰ বাবে  কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে। অনুষ্ঠানৰ অংশ হিচাপে  ঘৰ নিমাণ সফলতাৰে সম্পূৰ্ণ কৰি নতুন ঘৰত প্ৰৱেশ কৰা পিএমএৱাই-জি হিতাধিকাৰীসকলকো মন্ত্ৰীগৰাকীয়ে সম্বৰ্ধনা জনায়।

Apply Now

গাঁৱৰ  মহিলাসকলৰ সবলীকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে  চৌহানে  পিএমএৱাই-জিৰ অধীনত মহিলা ৰাজমিস্ত্ৰীৰ বাবে গ্ৰহণ কৰা লখিমী মিস্ত্ৰী – আঁচনিও  শুভাৰম্ভ কৰে।  যাৰ লক্ষ্য হৈছে মহিলাসকলৰ বাবে  কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধ কৰি  তেওঁলোক প্ৰয়োজনীয়  দক্ষতাৰে সজ্জিত কৰি তোলা। অনুষ্ঠানতে লখিমী মিস্ত্ৰী পদক্ষেপৰ অধীনত প্ৰশিক্ষণ লাভ কৰিবলগীয়া পাঁচগৰাকী মহিলাক সুৰক্ষা কিট বিতৰণ কৰা হয়।

এই উপলক্ষে  চৌহানে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি (RIDF)ৰ অধীনত সমগ্ৰ অসমতে ২১টা জ্ঞান কেন্দ্ৰ ভাৰ্চুৱেলী উদ্বোধন কৰে। গ্ৰাম্য কৃষি আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে কৃষকসকলক সময়মতে সম্পদ আৰু তথ্যৰ সুবিধাৰে সৱলীকৰণ কৰাৰ  উদ্দেশ্যেৰে এই কেন্দ্ৰসমূহ স্থাপন কৰা হৈছে।

 চৌহানে অসম চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰি গ্ৰাম্য গৃহ নিৰ্মাণ আৰু উন্নয়নৰ পদক্ষেপসমূহৰ ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰাৰ বাবে  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনায় ।

অনুষ্ঠানত উপস্থিত থাকি  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে  কৃষি আৰু গ্ৰাম্য জীৱিকাৰ বহনক্ষম বৃদ্ধিৰ জৰিয়তে কৃষক, মহিলা আৰু গাঁৱৰ লোকসকলক  সবলীকৰণ কৰাৰ বাবে অস চৰকাৰৰ দায়বদ্ধতাৰ কথা  পুনৰবাৰ উল্লেখ কৰে।

অনুষ্ঠানত  অসমৰ কৃষি মন্ত্ৰী যুত অতুল বৰা আৰু অসমৰ পঞ্চায়ত তথা  গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী যুত ৰঞ্জিত কুমাৰ দাসো উপস্থিত থাকে।

নৰ্থ্য-ইষ্ট নাও ডেস্ক, গুৱাহাটী

নৰ্থ্য-ইষ্ট নাও ডেস্ক, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd