• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত প্ৰধান মন্ত্ৰী উজ্বলা যোজনা-২ৰ শুভ আৰম্ভণি

Rinoy Basumatary ৰিনয় বসুমতাৰী
গুৱাহাটী , January 12, 2019 10:58 am

1 min read

f59e5e3530c2c45e61d5a0c945f954cb_L
441
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে প্ৰধান মন্ত্ৰী উজ্বলা যোজনা-২ৰ অন্তৰ্গত কোকৰাঝাৰৰ ৰন্ধন গেছৰ সংযোগ নথকা ঘৰ সমূহত ৰন্ধন গেছৰ সংযোগ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

প্ৰধান মন্ত্ৰী উজ্বলা যোজনাৰ জিলা নডেল অফিচাৰ বিকাশ কুমাৰ মহন্তই কৈছে যে এই পদক্ষেপে খৰি, কয়লা, গোৱৰ আদিক ৰন্ধন কাৰ্যৰ ইন্ধনৰ বাবে ব্যৱহাৰ কৰাৰ পলত হোৱা স্বাস্থ্যৰ ক্ষতিৰ পৰা মহিলা আৰু শিশুসকলক সুৰক্ষিত কৰিব।

মহন্তই কৈছে যে প্ৰধান মন্ত্ৰী উজ্বলা যোজনা-২ য়ে ভাৰতৰ গ্ৰাম্য ঘৰসমূহক বহুলভাৱে সামৰি লোৱাৰ ফলত ২০১৬ চনত  ৬২শতাংশ ৰন্ধন গেছ ব্যৱহাৰকাৰীৰ বিপৰীতে ২০১৮ চনত ৮৯.৫ শতাংশ হৈছেগৈ।

মহন্তই আৰু কৈছে যে উজ্বলা হিতাধিকাৰীসকলৰ বাবে ৫ কেজিৰ ৰিফিলিং বিকল্পৰো ব্যৱস্থা কৰা হৈছে।  এই যোজনাৰ হিতাধিকাৰীসকলে তেওঁলোকৰ ৫ ১৪.২ কেজিৰ চিলিণ্ডাৰসমূহ ৫ কেজিৰ চিলিণ্ডাৰৰ সৈতে অথবা কেজিৰ চিলিণ্ডাৰসমূহ ১৪.২ কেজিৰ চিলিণ্ডাৰৰ সৈতে সলাই ল’ব পাৰিব।

Recent News

a mori

গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত মৰিগাঁৱত পৰ্যালোচনা সভা

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

অন্ত পৰিব কৃষক বিদ্ৰোহ!, ২১ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে প্ৰতিবাদকাৰী কৃষকৰ বৈঠক

aa covw3

কোভিডৰ ভেকচিন লৈ এইবাৰ পশ্চিমবংগত অসুস্থ ১৪ জন, দুজনৰ অৱস্থা সংকটজনক

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd