• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুৰক্ষাক অগ্ৰাধিকাৰ; বিগত ২২ মাহত ৰে’ল দুৰ্ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 13, 2021 1:33 pm

1 min read

সুৰক্ষাক অগ্ৰাধিকাৰ; বিগত ২২ মাহত ৰে’ল দুৰ্ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাই

ৰে'ল মন্ত্ৰী, উৎস-ইণ্টাৰনেট

141
VIEWS
Share on FacebookShare on Twitter

বিগত ২২ মাহত ৰে’ল দুৰ্ঘটনাৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাই বুলি শুকুৰবাৰে লোকসভাত তথ্য দাঙি ধৰে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পিযুষ গোৱেলে।

‘‘ৰে’ল দুৰ্ঘটনাৰ ফলত অন্তিমগৰাকী যাত্ৰীৰ মৃত্যু হৈছিল ২০১৯ বৰ্ষৰ ২২ মাৰ্চত,’’ গোৱেলে লোকসভাত কয়।

আনহাতে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে ৰে’লযাত্ৰী সকলৰ সুৰক্ষাৰ বিষয়টোক আটাইতকৈ বেছি অগ্ৰাধিকাৰ দিছে বুলিও গোৱেলে লগতে কয়।

‘‘বিগত ছয় বছৰত আমি সুৰক্ষাৰ ক্ষেত্ৰত অধিকতকৈ অধিক গুৰুত্ব আৰোপ কৰিছো,’’ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীৰ মন্তব্য।

লোকসভাত ৰে’ল বাজেটৰ বিষয়ে উল্লেখ কৰিব গৈ পিযুষ গোৱেলে এইদৰে মত প্ৰকাশ কৰে।

ৰে’লৰ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত ৰে’ল লাইন, ৰে’ল দলং আদিৰ পৰ্যবেক্ষণ ইত্যাদি বিষয়ত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে বুলিও গোৱেলে মন্তব্য কৰে।

আনহাতে, অতি শীঘ্ৰে ৰে’লৱে বোৰ্ডৰ গুৰুত্বপূৰ্ণ বিকাশ সাধন কৰা হ’ব বুলিও তেওঁ লগতে কয়।

Recent News

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

prafulla VS Suresh

বঢ়মপুৰত খেলিব মহন্তই, কংগ্ৰেছ মহাজোঁটে মহন্তক এৰি দিব নেকি সমষ্টিটো?

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd