• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰতত সংকটত খ্ৰীষ্টান! বৃদ্ধি পাইছে খ্ৰীষ্টানৰ ওপৰত হিন্দুত্ববাদীৰ আক্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2022 5:40 pm
United Christian Forum reports
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউনাইটেড খ্ৰীষ্টান ফ’ৰাম (ইউচিএফ)ৰ শেহতীয়া এক সমীক্ষাত প্ৰকাশিত তথ্যত দেখা গৈছে ভাৰতত খ্ৰীষ্টানৰ ওপৰত উগ্ৰ হিন্দুত্ববাদীৰ হিংসাত্মক আক্ৰমণৰ ঘটনা ক্ৰমশঃ বৃদ্ধি পাইছে। ফ’ৰামে প্ৰকাশ কৰা তথ্যৰ মতে ২০২২ চনত ভাৰতত খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক আক্ৰমণৰ ঘটনাই পূৰ্বৰ সকলো অভিলেখকে অতিক্ৰম কৰিছে।

যোৱা ২৬ নৱেম্বৰত প্ৰকাশ পোৱা তথ্য অনুসৰি চলিত বৰ্ষৰ ২১ নৱেম্বৰলৈকে দেশত খ্ৰীষ্টানসকলৰ বিৰুদ্ধে প্ৰায় ৫১১টা হিংসাত্মক ঘটনা সংঘটিত হৈছে। ২০২১ চনত সংঘটিত এনে হিংসাত্মক ঘটনাৰ সংখ্যা আছিল ৫০৫ টা।

Apply Now

উল্লেখ্য, ২০১৫ চনৰ জানুৱাৰী মাহত খ্ৰীষ্টান ভুক্তভোগীসকলক আইনী প্ৰতিকাৰৰ সুবিধা লাভ কৰাত সহায়ক হোৱাকৈ এটা টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছিল। ইউচিএফ উক্ত হেল্পলাইন নম্বৰে সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰিছে।

প্ৰতিবেদনখনৰ মতে এই হিংসাত্মক ঘটনাবোৰৰ মাজত আছে প্ৰাৰ্থনাত বাধা জন্মোৱা, খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰা, যাজক আৰু তেওঁলোকৰ আত্মীয়ৰ ওপৰত আক্ৰমণৰ লগতে গীৰ্জা ভাঙি পেলোৱা আদি।

যোৱা পাঁচ বছৰৰ ইউচিএফৰ তথ্যসমূহৰ পৰা এইটো স্পষ্ট হৈছে যে খ্ৰীষ্টানসকলৰ বিৰুদ্ধে হিংসাত্মক আক্ৰমণৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে। ২০১৮ চনত এনে ঘটনা ২৯২ টা হোৱাৰ বিপৰীতে ২০১৯ চনত ৩২৮ টালৈ বৃদ্ধি পায়।

আনহাতে, ২০২০ চনত ক’ভিদ পৰিস্থিতিৰ বাবে লকডাউন বলৱৎ কৰাৰ সময়তো ২৭৯ টাকৈ এনে আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। ইফালে ২০২১ চনত দেশত এই সংখ্যা প্ৰায় দুগুণ বৃদ্ধি পাই ৫০৫ টা হৈছিলল আৰু ২০২২ চনত ই ৫১১ টালৈ বৃদ্ধি পায়।

সমীক্ষাটোৰ মতে বিজেপি শাসিত ৰাজ্যসমূহ এনে আক্ৰমণ ঘটনা অধিক পৰিমাণে সংঘটিত হৈছে। চলিত বৰ্ষত যোগী আদিত্যনাথৰ শাসিত উত্তৰ প্ৰদেশত ১৪৯ টা আৰু ভূপেশ বাঘেলৰ শাসিত ছত্তিশগড়ত ১১৫ টা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

চলিত বৰ্ষত ছেপ্টেম্বৰ আৰু মে’ মাহত খ্ৰীষ্টানসকলৰ বিৰুদ্ধে সৰ্বাধিক হিংসাৰ ঘটনা সংঘটিত হৈছে। ছেপ্টম্বৰত ৬৪ টাৰ বিপৰীতে মে’ত ৬১ টা এনেধৰণৰ ঘটনা সংঘটিত হয়।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত মেঘালয় আৰু ত্ৰিপুৰাত এনে আক্ৰমণৰ এটাকৈ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে অসমত দুটাকৈ ঘটনা সংঘটিত হৈছিল।

দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত কৰ্ণাটক আৰু তামিলনাডুত খ্ৰীষ্টানসকলৰ বিৰুদ্ধে ৩০টাকৈ আক্ৰমণৰ সংঘটিত হৈছে। ইয়াৰ বিপৰীতে কেৰেলা আৰু পুডুচেৰীত খ্ৰীষ্টানসকলৰ ওপৰত আক্ৰমণৰ কোনো ঘটনা সংঘটিত হোৱা নাই যদিও অন্ধ্ৰপ্ৰদেশত ৬ টা আৰু তেলেংগানাত ৪ টা এনে আক্ৰমণ সংঘটিত হয়।

মুঠৰ ওপৰত দেখা গৈছে যে উগ্ৰ হিন্দুত্ববাদীসকলে কেৱল মুছলমানৰ ওপৰতে ধৰ্মীয় আক্ৰমণ সংঘটিত কৰি ক্ষান্ত থকা নাই। খ্ৰীষ্টানৰ বিৰুদ্ধেও এনে আক্ৰমণৰ ঘটনা ক্ৰমশঃ বৃদ্ধি পাইছে। এইটো নক’লেও হ’ব যে কেন্দ্ৰত বিজেপিয়ে শাসনলৈ অহাৰ পাছৰে পৰা দেশত ধৰ্মীয় অহিষ্ণুতা আৰু উগ্ৰ হিন্দুত্ববাদীৰ আক্ৰমণৰ ঘটনা ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিছে। UCFৰ এই সমীক্ষাও এই কথাটোকে প্ৰমাণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd