• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এয়া সম্পদ হ্ৰাস কৰাৰ নহয়, বিশ্ব সম্প্ৰদায় একগোট হৈ কাম কৰাৰ সময়; ট্ৰাম্পৰ ঘোষণাৰ পাছতে ৰাষ্ট্ৰসংঘৰ সচিৱ প্ৰধানৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
April 15, 2020 2:44 pm
9.8k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ পক্ষলোৱাৰ অভিযোগ তুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থালৈ আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰেৰণ কৰি অহা সাহায্য বন্ধ কৰাৰ বাবে ট্ৰাম্প প্ৰশাসনক নিৰ্দেশ দিছে বুলি ঘোষণা কৰাৰ পাছতে এই সন্দৰ্ভত মত প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ সচিৱ প্ৰধান জেনেৰেল এণ্টনিঅ’ গুৱেটৰেজে।

ট্ৰাম্পৰ ঘোষণাৰ পাছতে সচিৱ প্ৰধান গৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি  ভাইৰাছৰ বিৰুদ্ধে যুদ্ধৰ সময়ত এয়া সম্পদ হ্ৰাস কৰাৰ সময় নহয় বুলি মন্তব্য কৰে।

‘‘ভাইৰাছৰ বিৰুদ্ধে যুদ্ধৰ সময়ত এয়া আমাৰ সম্পদ হ্ৰাস কৰাৰ সময় নহয়। এয়া সকলোৱে সংঘবদ্ধ হৈ আন্তৰাষ্ট্ৰীয় সম্প্ৰদায়ে একেলগে কাম কৰাৰ সময়,’’ গুৱেটৰেজৰ মন্তব্য ।

উল্লেখযোগ্য যে, মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত আগতীয়া সতৰ্কতা অৱলম্বনত বিশ্ব স্বাস্থ্য সংস্থা ব্যৰ্থ হোৱা আৰু চীনৰ পক্ষ লোৱা সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাক সমালোচনা কৰি আমেৰিকাই আগবঢ়াই অহা সাহায্য কৰ্তন কৰিব বুলি কৈছিল।

ইয়াৰ পূৰ্বে ট্ৰাম্পৰ সিদ্ধান্তৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য সচিৱ গৰাকীয়ে বিশ্বৰ সামূহিক ঐক্যৰ বাবে আহ্বান জনাইছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্ব স্বাস্থ্য সংস্থাৰ অকলেই ১৫ শতাংশ সাহায্য প্ৰদান কৰি আহিছে।

Recent News

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd