DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভয়ানক! শোণিতপুৰত অচিন ৰোগে প্ৰাণ কাঢ়িলে একেটা পৰিয়ালৰ তিনিগৰাকী লোকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 14, 2023 8:57 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

শোণিতপুৰ জিলাৰ বিহলীত এক অচিনাক্ত ৰোগত আক্ৰান্ত হৈ একেটা পৰিয়ালৰ এগৰাকী নাবালিকাকে ধৰি তিনিগৰাকী মহিলাই প্ৰাণ হেৰুৱাইছে।

খবৰ অনুসৰি, দীৰ্ঘদিন ধৰি এক অচিন ৰোগত আক্ৰান্ত হৈ থকা দুগৰাকী মহিলাই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰিবলৈ আহি যোৱা ১১ মাৰ্চত শেষ নিশ্বাস ত্যাগ কৰিছিল।

জানিব পৰা মতে মহিলা দুগৰাকীৰ নাম ৰঞ্জু ঘাটোৱাৰ (২৭) আৰু মনিকা ঘাটোৱাৰ (২৫)।

তেওঁলোকৰ মৃত্যুৰ কেইদিনমান পিছত একে ধৰণৰ অজ্ঞাত ৰোগে তেওঁলোকৰ কনিষ্ঠ ভগ্নীৰ শৰীৰতো দেখা দিয়ে। ফলত শনিবাৰে নিজ বাসগৃহতে নাবালিকাগৰাকীৰো মৃত্যু হয়।

আনহাতে, আশ্চৰ্যজনকভাৱে পৰিয়ালটোৰ জুনু ঘাটোৱাৰ (২৫) নামৰ আন এগৰাকী মহিলাও একেটা ৰোগত আক্ৰান্ত হৈছে। সম্প্ৰতি তেওঁ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

ইফালে বিশ্বনাথ জিলাৰ স্বাস্থ্য বিষয়াসকলে স্থানীয় ৰাইজৰ মাজত আতংক আৰু ভয়ৰ সৃষ্টি কৰা এই মাৰাত্মক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে। স্বাস্থ্য বিষয়াসকলে আক্ৰান্তসকলৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

এই ৰোগৰ লক্ষণসমূহ হ’ল – শৰীৰৰ অত্যধিক বিষৰ লগতে গোটেই শৰীৰত ফোঁহাৰ সৃষ্টি হোৱা।

মহিলাকেইগৰাকীৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলোৱাৰ লগতে এক আতংকৰ সৃষ্টি কৰিছে।

Recent News

শোষণৰ চূড়ান্ত পৰ্যায় : শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলিছে মহানগৰ পৌৰ নিগমে

শোষণৰ চূড়ান্ত পৰ্যায় : শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলিছে মহানগৰ পৌৰ নিগমে

আৰক্ষীৰ জালত বাইক চোৰৰ দল : AIUDF ৰ নেতা সহ গ্ৰেপ্তাৰ ৮ টাকৈ চোৰ

আৰক্ষীৰ জালত বাইক চোৰৰ দল : AIUDF ৰ নেতা সহ গ্ৰেপ্তাৰ ৮ টাকৈ চোৰ

বিয়াৰ পূৰ্বে কি কি জানি ল’ব লাগে? শ্বাহিদ কাপুৰে ক’লে নিজৰ অভিজ্ঞতাৰ কথা

বিয়াৰ পূৰ্বে কি কি জানি ল’ব লাগে? শ্বাহিদ কাপুৰে ক’লে নিজৰ অভিজ্ঞতাৰ কথা

মৰ্মান্তিক! গণেশগুৰিত ৰয়েল গ্ল’বেলৰ বাছৰ খুন্দাত কৰুণ মৃত্যু একাদশ শ্ৰেণীৰ ছাত্ৰীৰ

মৰ্মান্তিক! গণেশগুৰিত ৰয়েল গ্ল’বেলৰ বাছৰ খুন্দাত কৰুণ মৃত্যু একাদশ শ্ৰেণীৰ ছাত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd