• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্তৰ দৰে ‘দক্ষ শিক্ষামন্ত্ৰী’ৰ দিনতে ঘৰত চৌকা নজ্বলা হৈছে এইসকল অৱসৰপ্ৰাপ্ত শিক্ষকৰ

উপায়ন্তৰ হৈ অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীয়ে ল’বলগীয়া হৈছে ভিক্ষাৰ জোলোঙা!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 10, 2020 5:53 pm
a Sikhyok Final
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৰে ‘দক্ষ শিক্ষামন্ত্ৰী’ৰ কাৰ্য্যকালতে ঘৰৰ চৌকা নজ্বলা হৈছে অপ্ৰাদেশিকৃত বিদ্যালয়ত ওৰেতো জীৱন  নিষ্ঠাৰে সেৱা আগবঢ়াই অহা হাজাৰ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ।

এই কথা গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলযোগে জানিবলৈ দিয়ে অসম হাইস্কুল(নৱ প্ৰাদেশিকীকৃত) অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত শিক্ষক-কৰ্মচাৰী সমন্বয় সমিতিৰ সাধাৰণ সম্পাদক নৃপেন্দ্ৰ নাথ শৰ্মাই।

Apply Now

শৰ্মাই সংবাদমেলত কয় ‘মানৱ সম্পদ গঢ়াত ব্যস্ত হৈ অৱসৰ গ্ৰহণৰ পিছত পেঞ্চনৰ পৰিৱৰ্তে ল’ব লাগিব ভিক্ষাৰ জোলোঙা। কিয়নো NPS ৰ পৰা মাহিলী ৫০০-৬০০ টকা পেন্সনহে আমি লাভ কৰো। এনেদৰে আমাৰ পৰিয়াল পোহপাল দিয়াত অত্যন্ত অসুবিধা হৈছে। ভেন্সাৰ স্কুলত ২০ ৰ পৰা ৩২ বছৰ পৰ্য্যন্তবিনাবেতনে চাকৰি কৰা শিক্ষক-কৰ্মচাৰীসকলে অৱসৰৰ পাছত ভিক্ষাৰ জোলোঙা।‘

‘জীৱনৰ সোণালীময় কালছোৱা বিনা বেতনে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰাৰ পিছত সেইসকল শিক্ষক-কৰ্মচাৰীৰ ঘৰৰ চৌকা নজ্বলা অৱস্থা হৈছে। অষ্টম শ্ৰেণীৰ বিভাগীয় স্বীকৃতিৰ পিছত মাত্ৰ দৈনিক ২.৬০ টকা তদৰ্থ মঞ্জুৰীত কাম কৰা এইসকল শিক্ষক-কৰ্মচাৰীৰ প্ৰতি শিক্ষা বিভাগ আৰু চৰকাৰ পক্ষৰ ২০১৩ চনত চকু মেল খাইছিল। উক্ত চনৰে ১ জানুৱাৰীৰ পৰা ভেন্সাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ আইন অনুসৰি প্ৰাদেশিকীকৰণ হৈছিল। প্ৰাদেশিকীৰণৰ Allotment Order ৰ কপিটো হাতত লৈয়ে বহুতো শিক্ষক-কৰ্মচাৰীয়ে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। কিন্তু ভেন্সাৰ পৰ্য্যায়ত চাকৰি কৰি থকাতকৈও অৱসৰ গ্ৰহ:ৰ পিছত এইসকল শিক্ষক-কৰ্মচাৰীৰ আৰ্থিক অৱস্থা ক্ৰমে শোচনীয় হৈ পৰিল।‘ শৰ্মাই লগতে কয়।

ইপিনে, NPS ৰ নামত এজন শিক্ষক-কৰ্মচাৰীয়ে নিজৰ বেচিক পে আৰু ডিএ লগ লাগি হোৱা মুঠ ধনৰ পৰা ১০ শতাংশ ধন কৰ্তন কৰিব লাগে বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘চৰকাৰৰ পক্ষর পৰা ১০ শতাংশ দিয়ে। এই ধনৰ পৰা অৱসৰৰ পিছত ৬০ শতাংশ ধন জমা কৰ্তাই LIC, HDFC, Life, State Bank Life, ICCI Life & Reliance Life আদি ৫ টা এজেন্সিৰ যিকোনো এটাক প্ৰাধান্য দি জমা কৰিব লাগে।‘

তেওঁ লগতে কয় ‘এই ধনৰ সুতৰ পৰা মাহিলী হিচাপত ৫০০ ৰ পৰা ১২০০ টকা পৰ্য্যন্তহে পেন্সন পায়। এইসকল পেন্সনাৰে এটা পৰিয়াল চলোৱাটো কিমান কষ্টকৰ সেয়া ভুক্তভোগীয়েহে জানে।‘

আনহাতে, উক্ত সংবাদমেলত উপস্থিত থাকি সমিতিৰ সভাপতি প্ৰবীণ শইকীয়াই তেওঁলোকৰ দাবীসমূহ জনাই কয় ‘প্ৰাদেশিকীকৰণ আইন মতে পদ প্ৰাদেশিকীকৰণৰ Alloyment Order ত থকা যোগদানৰ তাৰিখ গণ্য কৰা আৰু যোগদানৰ তাৰিখৰ মতে NPS ৰ পৰিৱৰ্তে অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত প্ৰাদেশিকীকৃত শিক্ষক-কৰ্মচাৰীক পুৰণি পেন্সন (OPS) ৰ ব্যৱস্থা কৰা।‘

‘Ad-hoc Recurring Grant Receving Date ৰ পৰা চাকৰিয়াল গণ্য কৰি অসম সেৱা (পেন্সন) বিধি ১৯৬৯ মতে অৱসৰকালীন গ্ৰেচ্যুইটি, নিয়মীয়া মাহিলি পেন্সন, চিকিৎসা সেৱা আদি প্ৰদান কৰা। চাকৰি কালত মৃত্যুবৰণ কৰা শিক্ষক-কৰ্মচাৰীৰ পৰিয়ালক মৃতকৰ বাকী থকা চাকৰিকালৰ পূৰ্ণ বেতন প্ৰদান কৰা। ফেমেলী পেন্সনৰ ব্যৱস্থা কৰা, কোনো অৰ্হতা সম্পন্ন প্ৰাৰ্থীক যোগ্যতাৰ ভিত্তিত চাকৰিত মকৰল কৰা। Last Basic Pay মতে ৫০ শতাংশ পেন্সন ফিক্স কৰি অৱসৰপ্ৰাপ্ত সকলো শিক্ষক-কৰ্মচাৰীক OPS ভূক্ত কৰি মাহিলী পেন্সন দিয়াৰ ব্যৱস্থা কৰা।‘ তেওঁলোকৰ অন্যান্য দাবীসমূহ জনাই শইকীয়াই সংবাদমেলত এইদৰে কয়।

তেওঁলোকৰ উপৰোক্ত দাবীসমূহ পূৰণ কৰিবলৈ শিক্ষামন্ত্ৰী গৰাকীক তেওঁলোকে উক্ত সংবাদমেলৰ জৰিয়তে আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd