• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লত শ্ৰী শ্ৰী মহা শিৱৰাত্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

বহুকেইটা জনগোষ্ঠীৰ লোক নৃত্য পৰিৱেশন কৰাৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ সাংস্কৃতিক দলেও অংশগ্ৰহণ কৰিব এই আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱত

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 17, 2020 8:29 pm
Shiva

শিৱসাগৰৰ ঐতিহাসিক শিৱদ'ল, ফ'টো- পাৰ্শ্বজ্যোতি গগৈ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লত শ্ৰী শ্ৰী মহা শিৱৰাত্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি।

শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লত অহা ২০ ফেব্ৰুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব  শ্ৰী শ্ৰী মহা শিৱৰাত্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ।

Apply Now

আজি শিৱদ’ল চৌহদত অনুষ্ঠিত এক সংবাদ মেলত এই কথা ব্যক্ত কৰে দ’ল উন্নয়ন পৰিষদ আৰু শ্ৰী শ্ৰী শিৱৰাত্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ উদযাপন সমিতিয়ে।

২০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া শিৱৰাত্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ শুভ উদ্ধোধন কৰিব অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে।

শ্ৰী শ্ৰী শিৱৰাত্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ উপলক্ষে প্ৰস্তুত কৰা ‘বৰ্জমন্ত্ৰ’ নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব অসমীয়া প্ৰতিদিন কাকতৰ পৰিচালন সঞ্চালক জয়ন্ত বৰুৱাই।

ইফালে শিৱৰাত্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সাংস্কৃতিক দলে জাতীয় জনগোষ্ঠীয় অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে নেপালৰ পৰা আমন্ত্ৰণ কৰা সাংস্কৃতিক দলে অনুষ্ঠান পৰিবেশন কৰিব বুলি উদ্যোক্তসকলে জানিবলৈ দিয়ে।

সাংস্কৃতিক কাৰ্যসূচীত কোঁচ ৰাজবংশীৰ চালী নৃত্য,  ভাংৰা নৃত্য, মিচিং জনগোষ্ঠীৰ ঐনিতম, তাই নৃত্য, গাৰো, তিৱা, কাৰ্বি, মণিপুৰী, ৰাজস্থানী নৃত্যৰ লগতে নগা আৰু গোৰ্খা সাংস্কৃতিক দলে অংশ গ্ৰহণ কৰাৰ লগতে প্ৰতিদিনে শিৱ বন্দনা কৰা হ’ব।

আনহাতে শেষৰ দিনা অৰ্থাৎ ২৩ ফেব্ৰুৱাৰীত ‘হৰি হৰৰ যুদ্ধ আৰু বানৰ পৰাজয়’ ভাওনা প্ৰদৰ্শন কৰা হ’ব।

এইবাৰ আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ সাংস্কৃতিক কাৰ্যসূচী দ’লমুখ চাৰিআলিস্থিত ভাৰত ৰত্ন সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত অনুষ্ঠিত কৰা হ’ব।

শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লত অনুষ্ঠিত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ চাৰিওটা দিনৰ কাৰ্যসূচীত সকলো ভক্তপ্ৰাণ ৰাইজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd