• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিৱৰ্তনৰ প্ৰথম প্ৰভাৱ: কাশ্মীৰত বিভিন্ন ৰাজ্যৰ ২৫ হাজাৰ নাগৰিকলৈ স্থায়ী নাগৰিকত্ব

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2020 8:01 am
1024px-SonamargValley

কাশ্মীৰৰ সোণামাৰ্গ উপত্যকাৰ ফটো। উৎস: উইকিপিডিয়া

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত দীৰ্ঘদিন বসবাস কৰি থকা যিসকল লোকক ইমানদিনে বহিৰাগত হিচাপে অভিহিত কৰি অহা হৈছিল সেইসকলে এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে।

উল্লেখ্য যে যোৱা বছৰ আগষ্টত কাশ্মীৰত ৩৫এ ধাৰাৰ বিলুপ্তি ঘটোৱা হৈছিল।

Apply Now

এইবাৰ প্ৰায় ২৫হাজাৰ অ-কাশ্মীৰি লোকে স্থায়ী নগৰিকৰ মৰ্যাদা লাভ কৰিলে যাৰ ভিতৰত এগৰাকী ভাৰতীয় প্ৰশাসনীয় বিষয়াও আছে।

জম্মু-কাশ্মীৰৰ যি নিজস্ব সংবিধা আছিল সেই অনুসাৰে বাহিৰৰ ৰাজ্যৰ কোনো লোক ৰাজ্যখনৰ নাগৰিকত্ব হ’ব নোৱাৰিছিল।

ভূমিকে ধৰি স্থাৱৰ সম্পত্তিৰ অধিকাৰী হ’ব পৰা নাছিল। আনকি ৰাজ্যখনৰ কোনো ছোৱালী যদি আন ৰাজ্যৰ ল’ৰাৰ সৈতে বিয়া হয় তেতিয়াও নাগৰিকত্ব হেৰুৱাইছিল।

কেৱল তাৰ পুৰুষে আন ৰাজ্যৰ নাৰীৰ সৈতে বিয়া পাতিলে ব্যতিক্ৰম আছিল।

দীৰ্ঘদিন ধৰি জম্মু-কাশ্মীৰ তথা লাডাখত কৰ্মসূত্ৰে বসবাস কৰি থকা বিভিন্ন ৰাজ্যৰ লোকসকলে যোৱা বছৰ জম্মু-কাশ্মীৰ পুনৰ্গঠনৰ আইন প্ৰযোজ্য হোৱাত আশাৰ মুখ দেখিছিল।

বৰ্তমান নতুন আইন অনুসৰি, ২৫হাজাৰ লোকে স্থায়ী নাগৰিকত্ব লাভ কৰিলে।

ইপিনে, ৰাজ্যখনৰ দুটা প্ৰধান ৰাজনৈতিক দল নেশ্যনেল কনফাৰেন্স আৰু পিপলছ ডেম’ক্ৰেটিক পাৰ্টি এই সিদ্ধান্তত ক্ষুব্ধ হৈ পৰিছে।

তেওঁলোকে দাবী কৰা মতে নতুন আইনখনক অস্ত্ৰ হিচাপে লৈ দেশখনৰ একমাত্ৰ মুছলামন সংখ্যাগৰিষ্ঠ ৰাজ্যখনৰ জনগাঁথনি পৰিৱৰ্তনৰ চেষ্টা চলাইছে আৰ এছ এছৰ নীতি অনুসৰণ কৰা কেন্দ্ৰীয় চৰকাৰে।

অৱশ্যে, নতুন আইন অনুসৰি জম্মু-কাশ্মীৰত স্থায়ী নাগৰিকত্ব লাভৰ বাবে যি চৰ্ত ৰখা হৈছে, সেয়া একেবাৰে সহজো নহয়।

যিসকলে তাত কমেও ১৫বছৰ ধৰি বসবাস কৰি আছে তেনেকুৱা ছাফাইকৰ্মী, আন ৰাজ্যলৈ বিয়া হোৱা কাশ্মিৰী মহিলা তথা তেওঁলোকৰ সন্তান আৰু পাকিস্তানৰ পৰা অহা শৰণাৰ্থীসকলে স্থায়ী নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে।

আনহাতে, চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এই চৰ্ত অনুসৰি কমেও ১০বছৰ হ’ব লাগিব।

সেইদৰে কমেও সাত বছৰ ধৰি তাত থকা দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলেও স্থায়ী প্ৰমান পত্ৰৰ বাবে আবেদন কৰিব পাৰিব।

বৰ্তমানলৈকে মুঠ ৩৩হাজাৰ ১৫৭খন আবেদন দাখিল কৰা হৈছে। ইয়াৰ ভিতৰত অকল জম্মুৰ পৰাই ৩২হাজাৰ খন আবেদন আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd