• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উত্তৰ প্ৰদেশত জেৰাৰ বাবে মাতি অনা দলিত ব্যক্তিৰ থানাত মৃত্যু

by
April 14, 2024 2:41 pm
169
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ লখিমপুৰ-খেৰী জিলাত এটা হত্যাকাণ্ডৰ গোচৰত জেৰাৰ বাবে মাতি অনা ব্যক্তিৰ আৰক্ষীৰ জিম্মাত মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে।ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্য অনুসৰি মিটৌলী থানাত সংঘটিত হোৱা এই ঘটনাত নাবালক হত্যাৰ সৈতে জড়িত গোচৰৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে অনা আশাৰাম নামৰ ৫০ বছৰীয়া দলিত ব্যক্তিৰ শুকুৰবাৰে নিশা মৃত্যু হয়।

লগতে পঢ়ক: এটা ফ্ৰকক লৈ বিক্ৰেতাৰ সৈতে দ্বন্দ্ব!৫০টকাৰ বাবে দোকানীৰ আঙুলি কামুৰিলে ক্ৰেতাই

আৰক্ষীয়ে জনোৱা মতে, মৃত লোকজনে পেটৰ বিষৰ অভিযোগ দিয়াৰ পাছত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁক মৃত ঘোষণা কৰা হয়। একে সময়তে মৃতকৰ পৰিয়ালে বেয়াকৈ প্ৰহাৰ কৰাৰ লগতে বিদ্যুৎস্পৃষ্ট কৰাৰো অভিযোগ উত্থাপন কৰিছে।

টাইমছ অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি অতিৰিক্ত আৰক্ষী অধীক্ষক নেপাল সিঙে কয় যে মৃতকৰ পুত্ৰৰ অভিযোগত পিপাৰচালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা মুখ্য কনিষ্টবল ব্রীজ পালৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে আৰু সম্প্ৰতি তেওঁক নিলম্বন কৰা হৈছে।দুয়োজন আৰক্ষীৰ বিৰুদ্ধে আই পি চিৰ ধাৰা ৩০২ (হত্যা) আৰু ৩৪২ (অনুচিতভাৱে কাৰাবন্দী)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

Apply Now

লগতে পঢ়ক: ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনা!অভিনেতাজনৰ আবাসৰ প্ৰথম মহলাত লাগিল গুলী

আশাৰামৰ পৰিয়ালৰ লোকে জনোৱা মতে, মৃতদেহত থাৰ্ড ডিগ্ৰী নিৰ্যাতনৰ চিহ্ন পাইছে বুলি অভিযোগ উত্থাপন হৈছে। ইফালে শনিবাৰে পুৱা আশাৰামৰ পৰিয়ালৰ লোক আৰু গাঁওবাসীয়ে মৃতদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰি লখিমপুৰ-মগলগঞ্জ ঘাইপথ অৱৰোধ কৰে।

খেৰীৰ আঞ্চলিক বিষয়া (চি অ’) চমশ্বেৰ বাহাদুৰ সিঙে কয় যে প্ৰতিবাদকাৰীসকলে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আশ্বাস লাভ কৰি সন্ধিয়া বিক্ষোভৰ অন্ত পেলায়।বৰ্তমান মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।ইতিমধ্যে বিষয়টোৰ তদন্ত আৰম্ভ হৈছে।

লগতে পঢ়ক: বৌৰ্ণভিটা ‘স্বাস্থ্যকৰ পানীয়’ নহয়! তালিকাৰ পৰা নাম আঁতৰাবলৈ কেন্দ্ৰৰ নিৰ্দেশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd