• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ সমস্যা বাংলাদেশী নহয়, অসমৰ সমস্যা অসমৰ নেতা : হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 1, 2019 6:24 am
WhatsApp Image 2019-01-31 at 12.59.25

প্ৰব্ৰজ্ৰন বিৰোধী মঞ্চৰ নেতা উপমন্যু হাজৰিকাই বৃহস্পতিবাৰে ক'লা কাপোৰ পৰিধান কৰি সংবাদমেল সম্বোধন কৰে। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰৰ বিধায়ক মন্ত্ৰীসকলক জাগ্ৰত কৰাৰ প্ৰয়াসেৰে বহস্পতিবাৰে ক’লা বস্ত্ৰ পৰিধান কৰি এক সংবাদমেল সম্বোধন কৰে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই।

মহানগৰীৰ গুৱাহাটী ক্লাৱস্থিত প্ৰাদেশিক মহিলা সমিতিৰ সভা কক্ষত ক’লা বস্ত্ৰ পৰিধান কৰি সম্বোধন কৰা সংবাদমেলত হাজৰিকাই কয়, ‘’ক’লা বস্ত্ৰই হওঁক প্ৰতিবাদৰ ভাষা। যাতে চৰকাৰে বুজি উঠক যে ভূমি, চৰকাৰী সংৰক্ষণেহে আমাক সংৰক্ষিত কৰিব।‘’

Apply Now

কিন্তু ক’লা কাপোৰ বা ক’লা বস্ত্ৰৰ প্ৰতিহে ভয়ত মুখ্য মন্ত্ৰীকে ধৰি চৰকাৰৰ অন্য মন্ত্ৰী-বিধায়কসকল বিতত হোৱা দেখিবলৈ পোৱা গৈছে বুলি উক্ত সংবাদমেলত হাজৰিকাই মন্তব্য কৰে।

ইপিনে, মুখ্য মন্ত্ৰী, মন্ত্ৰীসকল ক’লা পতাকাৰ প্ৰতি ভয় কৰাৰ কাৰণ বাখ্যা কৰি তেওঁ কয়, ‘‘কাৰণ তেওঁ‌লোকে এতিয়া প্ৰতিবাদৰ সকলো ভাষাই অগ্ৰাহ্য কৰিছে । বছৰ ধৰি সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ আন্দোলনেও তেওঁলোকৰ গা লৰাব পৰা নাই।‘’

‘’কণমানি শিশু এটাইয়ো এইক্ষেত্ৰত ৰেহাই নোপোৱা হৈছে।‘‘ মুখ্য মন্ত্ৰীৰ সভাত ক’লা কাপোৰৰ সন্ত্ৰাসৰ বলি হোৱা কণমানিটোৰ সন্দৰ্ভত এইদৰে কয় উপমন্যু হাজৰিকাই।

আনহাতে, যোৱা তিনিমাহ ধৰি প্ৰব্ৰজন বিৰোধী মঞ্চৰ তৰফৰ পৰা এক গণ প্ৰচাৰ অভিযান চলাই থকা বুলি সদৰী কৰে হাজৰিকাই।

তেওঁ কয়, ‘’প্ৰচাৰ অভিযানৰ মূল লক্ষ্য হৈছে অসমৰ সমস্যা বাংলাদেশী নহয়, অসমৰ সমস্যা অসমৰ নেতাসকল।‘’

১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ চৰকাৰী চাকৰি, সা-সুবিধা সংৰক্ষণৰ ৰক্ষাকৱচ প্ৰদান, এনআৰচিৰ পুনঃৰীক্ষণ, নতুনকৈ বিদেশী বোজা নলওঁ বুলি বিধান সভাত প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা, এই তিনিটাই হৈছে এই প্ৰচাৰ অভিযানৰ মূল লক্ষ্য।

ইতিমধ্যে, তেজপুৰৰ পৰা চিলাপথাৰলৈকে, শদিয়াৰ পৰা বকোলৈকে গাঁৱে গাঁৱে গৈ ৬ লক্ষাধিক গোহাৰি পত্ৰ ইতিমধ্যে বিতৰণ কৰা হৈছে বুলি সংবাদমেলত সদৰী কৰে উপমন্যু হাজৰিকাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd