• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডেৰ বছৰৰ পাছত পুনৰ ওকালতিলৈ উভতি যাব ‘খিলঞ্জীয়া নেতা’ উপমন্যু হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 6, 2019 9:31 pm
index

উপমন্যু হাজৰিকা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা প্ৰায় দুটা বছৰ ধৰি খিলঞ্জীয়াৰ অধিকাৰ আৰু সুৰক্ষাৰ হকে মাত মাতি অহা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই শেহতীয়াকৈ অৱতীৰ্ণ হৈছিল লোকসভা নিৰ্বাচনৰ ৭ নং গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী হিচাপে।

যিহেতু নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিল এতিয়া স্বাভাৱিকতে প্ৰশ্ন উঠে পুনৰ উচ্চতম ন্যায়ালয়লৈ উভতি গৈ উকালতি কৰিব নেকি জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই?

Apply Now

হয়, নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ পাছত প্ৰায় এসপ্তাহ ঘৰতে জিৰণি লৈ কাইলৈ দিল্লীলৈ উভতি যাব হাজৰিকা। নৰ্থ ইষ্ট নাওক এই কথা জনাইছে হাজৰিকাই।

‘’মই কাইলৈ দিল্লীলৈ যাম। মঞ্চৰ হৈ কাম কৰি থকাৰ বাবে আৰু নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত জড়িত হৈ থকাৰ বাবে বহুবছৰ ধৰি ওকালতি কৰিব পৰা নাই। এতিয়া গৈ মই প্ৰেক্টিছ আৰম্ভ কৰি পইচা-পাতি অলপ ঘটিব লাগিব, নিৰ্বাচনত বহু খৰচ হ’ল সেই খৰচ উলিয়াব লাগিব।‘’ নিৰ্বাচনৰ পাছৰ দিনকেইটা কেনেদৰে কটাইছে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত এইদৰে কয় হাজৰিকাই।

ইপিনে, সংগঠনৰ কাম-কাজত ওত:প্ৰোতভাৱে জড়িত হৈ পৰা হাজৰিকাই দীৰ্ঘ সময় ধৰি ওকালতি কৰা নাই বুলিও মন্তব্য কৰে হাজৰিকাই।

তেওঁ কয়, ‘’২০১৮ চনটো মই ওকালতিৰ প্ৰেক্টিছ প্ৰায় নাই কৰা বুলি ক’লেও ভুল কোৱা নহ’ব। এটাৰ পাছত আন এটা আন্দোলন কৰা হৈছিল খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষাক লৈ।‘’

তদুপৰি, নিৰ্বাচনৰ ফলাফলক লৈ কিমান দূৰ আশাবাদী বুলি আমাৰ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত সাংসদ হোৱা বাবে আশাবাদী নহয় বুলি মন্তব্য কৰে হাজৰিকা।

‘’ৰাইজৰ আবেগ আছে। আমাৰ কামখিনি হ’ব লাগে। আমাক সংৰক্ষণ দিয়ক, সুৰক্ষিত কৰক, বিদেশীমুক্ত অসম, এইখিনিয়েই আমাৰ মূল দাবী। সাংসদ, বিধায়ক হোৱাটো ইমান এটা ডাঙৰ কথা নহয়।‘‘ নিৰ্বাচনৰ পূৰ্বে তেওঁক সাংসদ হিচাপে নিযুক্ত কৰিলে সংসদত খিলঞ্জীয়াৰ অধিকাৰৰ হকে মাত মতাৰ শ্ল’গান দিয়া হাজৰিকাৰ এই মন্তব্যই বিশেষ তাৎপৰ্য্য বহন কৰিছে।

প্ৰশ্ন হয়,‘’নিশ্চিত পৰাজয়’’ৰ উমান পাই ফলাফলৰ পূৰ্বেই দিল্লীলৈ গৈ পুনৰ ওকালতিত ব্যস্ত হ’ব বিচাৰিছে নেকি উপমন্যু হাজৰিকাই?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd