DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বড়োলেণ্ডৰ দুই প্ৰতিদ্বন্দ্বী দল য়ুপিপিএল আৰু বিপিএফৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2021 8:46 am
Untitled-1sdfsdfsdf-770x578
517
VIEWS
Share on FacebookShare on Twitter

বিটিআৰৰ দুই প্ৰতিদ্বন্দ্বী ৰাজনৈতিক শক্তি ইউনাইটেড পিপলছ পাৰ্টি, লিবাৰেল(য়ুপিপিএল) আৰু বড়োলেণ্ড পিপলছ পাৰ্টি(বিপিএফ)এ তৃতীয় পৰ্যায় নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে।

মংগলাবাৰে বিটিআৰ শাসকীয় তথা বিজেপিৰ মিত্ৰ দল য়ুপিপিএলে দলটোৰ ৮ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে।

প্ৰকাশিত তালিকা অনুসৰি দলটোৱে কোকৰাঝাৰ পশ্চিম(জনজাতি)ত মনোৰঞ্জন ব্ৰহ্ম, কোকৰাঝাৰ পূৱ(জনজাতি)ত এবছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লৰেঞ্জ ইছলাৰী আৰু গোসাইগাঁৱত সোমনাথ নাৰ্জাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।

ইফালে ছিদলি(জনজাতি)ত জয়ন্ত বসুমতাৰী, বিজনীত ফণীন বড়োৱে প্ৰাৰ্থীত্ব লাভ কৰিছে।

তামুলপুৰত লেহু বড়ো, বৰমা(জনজাতি)ত ভূপেন বড়ো আৰু চাপাগুৰি(জনজাতি)ত উৰ্খাও গৌৰা ব্ৰহ্মক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে য়ুপিপিএলে।

আনহাতে বিপিএফ দলেও তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৮ জনীয়া এখন প্ৰাৰ্থী তালিকা মংগলবাৰে প্ৰকাশ কৰিছে।

প্ৰকাশিত তালিকা অনুসৰি কোকৰাঝাৰ পশ্চিম(জনজাতি)ত ৰবিৰাম নাৰ্জাৰী, কোকৰাঝাৰ পূৱ(জনজাতি)ত প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু গোসাইগাঁৱত মজেন্দ্ৰ নাথ নাৰ্জাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে।

তামুলপুৰত ৰঞ্জা খংগুৰ বসুমতাৰী, বৰমা(জনজাতি)ত প্ৰবীণ বড়ো আৰু চাপাগুৰি(জনজাতি)ত হিতেশ বসুমতাৰীয়ে প্ৰাৰ্থীত্ব লাভ কৰিছে।

মন্ত্ৰী চন্দন ব্ৰহ্মই ছিদলিত আৰু বিজনীত কমলছিং নাৰ্জাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd