• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰমোদ বড়োৰ বাহনত আক্ৰমণ; তামুলপুৰত তীব্ৰ প্ৰতিবাদ য়ুপিপিএল কৰ্মী-সমৰ্থকৰ

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , December 10, 2020 7:18 pm

2 min read

প্ৰমোদ বড়োৰ বাহনত আক্ৰমণ; তামুলপুৰত তীব্ৰ প্ৰতিবাদ য়ুপিপিএল কৰ্মী-সমৰ্থকৰ
278
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে সন্ধিয়া কোকৰাঝাৰৰ বাওঁখুংগ্রী সমষ্টিৰ নয়াগাঁওত আছিনাক্ত দুৰ্বৃত্তৰ দলে য়ুপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ গাড়ীত শিলাবর্ষণ কৰি আক্ৰমণ কৰাৰ প্ৰতিবাদত আজি তামুলপুৰত য়ুপিপিএলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আজি ৰাতিপুৱা য়ুপিপিএলৰ তামুলপুৰ জিলা সমিতিৰ নেতা-কৰ্মী সহ সহস্ৰাধিক সমৰ্থকে ৰঙিয়া-তামুলপুৰ-ভূটান পথৰ মটঙা চ’কত হাগ্ৰামা মহিলাৰী আৰু বাওঁখুঙগ্ৰী সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ডানেস্বৰ গয়াৰীৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে য়ুপিপিএল জিন্দাবাদ, হাগ্ৰামা মহিলাৰী মূর্দাবাদ, ডানেস্বৰ গয়াৰী মূর্দাবাদ,  বিপিএফ গ’বেক, আক্রমণকাৰীক  শীঘ্ৰে আটক কৰক, স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰক আদি শ্লোগান দি তামুলপুৰৰ আকাশ বতাহ কঁপাই তোলে।

প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ ফলত ৰঙিয়া-ভূটান পথ বান্ধ হৈ পৰি কিছু সময় তীব্ৰ যানজতৰ সৃষ্টি হয়।

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত তামুলপুৰ জিলা য়ুপিপিএল দলৰ সভাপতি বিপুল কুমাৰ বসুমতাৰীয়ে সংবাদ মাধ্যমক কয় যে নিৰ্বাচন এক গণতান্ত্ৰিক প্ৰক্ৰিয়া। হিংসাৰে বিপিএফ দলে গণতান্ত্ৰিক প্ৰক্ৰিয়াক বাধা দিব খুজিছে।

পোন্ধৰ বছৰে শোষণ চলোৱা হাগ্ৰামা মহিলাৰী নেতৃত্বাধী বিপিএফ দল এতিয়া শংকিত হৈ পৰা বাবে এনে হিংসাত্মক কাৰ্যত লিপ্ত হৈছে অতি শীঘ্ৰে প্ৰমোদ বড়োৰ গাড়ীত আক্ৰমণ কৰা দুৰ্বৃত্ত সকলক আটক কৰিবলৈ বিপুল কুমাৰ বসুমতাৰীয়ে আৰক্ষী প্ৰশাসনক দাবী জনায়।

আৰক্ষীয়ে তাৎক্ষণিকভাৱে অপৰাধী সকলক আটক নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলিও হুংকাৰ দিয়ে ইউপিপিএল নেতা গৰাকীয়ে।

Recent News

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd