• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্নীতি-অনিয়মৰ ভূ-স্বৰ্গত পৰিণত নাম্বাৰপাৰা-চাকলা সমবায় সমিতি : বছৰেকীয়া সাধাৰণ সভাত উত্তেজনা

ইয়াছিন আলী by ইয়াছিন আলী
September 20, 2018 3:01 pm
Kokila
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত নাম্বাৰপাৰা-চাকলা সমবায় সমিতিৰ বছেৰেকীয়া সাধাৰণ সভা চলি থকাৰ মাজতে অধিকাংশ ৰাইজে সভা বৰ্জন কৰি ওলাই যোৱাক অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জানিব পৰা মতে চাকলা প্ৰাথমিক বিদ্যালয়ত প্ৰাংগনত সমবায় সমিতিখখনৰ সভাপতি আবেদ আলী খানৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত প্ৰথম অৱস্থাৰ পৰাই বিভিন্ন বাক-বিতণ্ডা আৰম্ভ হয়। সভাত উপস্থিত থকা একাংশই সমবায় সমিতিখনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এক  হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে। ইয়াৰ পিছত সভাকক্ষৰ বাহিৰত গৈ তেওঁলোকে কমিটিখনৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

প্ৰতিবাদকাৰী সকলে অভিযোগ কৰা মতে সমবায়ৰ পৰিচালনা সমিতিয়ে কোনো ধৰনৰ নিয়োগ জাননি নিদিয়াকৈ, সমবায় আইন উলংঘা কৰি ৰহস্যজনক ভাবে নাম্বাৰপাৰা-চাকলা সমবায় সমিতিৰ সহ-সম্পাদক হিচাপে আলী আহমেদক নিযুক্তি দিয়ে।

ইয়াৰ উপৰি কমিটিখনে বিভিন্ন ধৰণৰ দুৰ্নীতি, অনিয়ম সংঘটিত কৰি সমবায় সমিতিৰ লাখ-লাখ টকা অপচয় কৰি অহাৰ অভিযোগ তুলি প্ৰতিবাদকাৰীসকলে বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ তদন্তৰ দাবী জনায়। আনহাতে সমবায় সমিতিখনৰ সভাপতি আবেদ আলী খানে প্ৰতিবাদকাৰী সকলৰ অভিযোগ নস্যাৎ কৰি কয় যে যিসকলে সভাত হুলস্থুল কৰিছে তাৰ বেছিভাগেই সমবায়ৰ অংশীদাৰ নহয়, সেইবাবে তেওঁলোকক ‌সভাৰ পৰা উলিয়াই দিয়া হৈছে।

তদুপৰি সম্প্ৰতি জেলত থকা কমিটিৰ পৰা বহিস্কৃত তোফাজ্জেল হুছেইনৰ আত্মীয় তথা একাংশ দূষ্ট চক্ৰই সমবায়খনৰ উন্নতিৰ ক্ষেত্ৰত ব্যাঘাত জন্মোৱাৰ বাবে এনে ধৰনৰ হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে বুলি তেওঁ মন্তব্য কৰে।

অভিযোগ-প্ৰতিঅভিযোগৰ মাজতে এইটো স্পষ্ট যে বৰ্তমানৰ পৰিচালনা সমিতিৰ বিভাজন, পূৰ্বৰ সম্পাদক তোফাজ্জেল হুছেইনৰ অবাধ দুৰ্নীতি, বিভাগীয় কৰ্তৃপক্ষৰ সোপাধিলা নীতিৰ বাবে নাম্বাৰপাৰা-চাকলা সমবায় সমিতিখন আন সমবায় সমিতিৰ লগত সংলগ্ন কৰি দিয়া হৈছে, বিধানসভা তদন্ত সমিতিয়ে তদন্ত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা কাৰ্য্যত ইয়াৰ অংশীদাৰ সকল অতিষ্ঠ হৈ পৰিছে।

ইয়াছিন আলী

ইয়াছিন আলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd